DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 14, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ ৭১.৭ শতাংশ শিশুৱে নামভৰ্তি কৰে চৰকাৰী বিদ্যালয়ত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2019 2:53 pm
Examination-going-on-in-Manipur.-File-photo-768x510

প্ৰতিনিধিত্বমূলক ফটো

690
VIEWS
Share on FacebookShare on Twitter

এটা শেহতীয়া সমীক্ষাত প্ৰকাশ যে অসমৰ ৬ বছৰৰ পৰা ১৪ বছৰ বয়সীয়া প্ৰায় ৭১.৭ শতাংশ শিশুৱে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰে। নতুন দিল্লীৰ এএছইআৰ কেন্দ্ৰই (ASER Centre) প্ৰকাশ কৰা শৈক্ষিক প্ৰতিৱেদনৰ বাৰ্ষিক অৱস্থা (গ্ৰাম্য), ২০১৮ত এই তথ্য প্ৰকাশ পাইছে।

দ্য আসাম ট্ৰিবিউন কাকতত প্ৰকাশিত এটা প্ৰতিৱেদনত আৰু প্ৰকাশ পাইছে যে ৬ ৰ পৰা ১৪ বছৰলৈকে ২৪শতাংশ শিশুৱে  ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰে।

জৰীপটোৰ প্ৰতিৱেদন অনুসৰি, অসমত ৭ৰ পৰা ১৬ বছৰ বয়সৰ ভিতৰুৱা ৭০.১ শতাংশ, ৭ৰ পৰা ১০ বছৰ বয়সৰ ভিতৰুৱা ৭০.৬ শতাংশ, ১১ৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰুৱা ৭১.৪ শতাংশ আৰু ১৫ৰ পৰা ১৬ বছৰ বয়সৰ ভিতৰুৱা ৬২.৮ শতাংশ শিশুৱে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰে।

প্ৰতিৱেদনটোত আৰু প্ৰকাশ পাইছে যে অসমত ৭ৰ পৰা ১৬ বছৰ বয়সৰ ভিতৰুৱা ২৪.৪ শতাংশ, ৭ৰ পৰা ১০ বছৰ বয়সৰ ভিতৰুৱা ২৬.৯ শতাংশ, ১১ৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰুৱা ২৩.২ শতাংশ আৰু ১৫ৰ পৰা ১৬ বছৰ বয়সৰ ভিতৰুৱা ২১.৪ শতাংশ শিশুৱে বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰে।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে ৬ৰ পৰা ১৪ বছৰলৈকে ২.৩ শতাংশ, ৭ৰ পৰা ১৬ বছৰ বয়সৰ ৪.২ শতাংশ , ৭ৰ পৰা ১০ বছৰ বয়সৰ ০.৯ শতাংশ, ৩.৬ শতাংশ ১১ৰ পৰা ১৪ বছৰ বয়সৰ আৰু ১৩.৭ শতাংশ ১৫ৰ পৰা ১৬ বছৰ বয়সৰ শিশুৱে বিদ্যালয়ত নামভৰ্তি নকৰাকৈ থাকে। প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে অসমত বাদে উত্তৰ পূৰ্বাঞ্চলৰ বিদ্যালয়ত পুথিভঁৰালৰ ব্যৱস্থা নাই।

Recent News

কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা

কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা

Salman Rushdie

কিয় ইছলামিক বিশ্বৰ চকুৰ কূটা, দাঁতৰ শূল হৈ পৰিছিল ছলমান ৰুশ্বদী!

‘One MLA, One Pension’ scheme ‘এজন বিধায়ক, এক পেঞ্চন’ আঁচনিত অনুমোদন পঞ্জাৱ চৰকাৰৰ

‘One MLA, One Pension’ scheme ‘এজন বিধায়ক, এক পেঞ্চন’ আঁচনিত অনুমোদন পঞ্জাৱ চৰকাৰৰ

Indian National Flag

ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা: আজি, কালি আৰু কাইলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd