• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তানত ডাউদ ইব্ৰাহিমক বিষ পান কৰোৱা হৈছে? মৃত্যুৰে যুঁজিছে ভাৰতৰ শত্ৰু!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 18, 2023 9:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমক বিষ পান কৰোৱা হৈছে! তেওঁক পাকিস্তানৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে! দেওবাৰে নিশাৰ পৰাই এনে জল্পনা-কল্পনাৰ বাতৰি বিয়পি পৰিছে। সময়ৰ লগে লগে জল্পনা-কল্পনাৰ মাত্ৰা বৃদ্ধি পাইছে।

বিভিন্ন সূত্ৰৰ খবৰ অনুসৰি ডাউদক ৰখা পাকিস্তানী চিকিৎসালয়খনত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। তাত কেৱল চিকিৎসক আৰু পৰিয়ালৰ সদস্যকহে যোৱাৰ অনুমতি দিয়া হৈছে।

অৱশ্যে সেই বিষয়ত আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই পাকিস্তানে। এতিয়ালৈকে ইছলামবাদে ডাউদৰ বিষয়ে কোনো তথ্য দিয়া নাই। ভাৰত চৰকাৰেও এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। অৱশ্যে জল্পনা-কল্পনা ইয়াতেই শেষ হোৱা নাই।

Apply Now

লগতে পঢ়কঃ উদ্যোগপতি সজ্জন জিন্দালৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ অভিনেত্ৰীৰ! মুম্বাইৰ থানাত দাখিল এজাহাৰ

সাধাৰণতে ডি গেঙৰ মাষ্টাৰমাইণ্ড ডাউদৰ স্থিতিক লৈ সদায়ে ব্যাপক জল্পনা-কল্পনা চলি থাকে। বিভিন্ন সূত্ৰৰ বাতৰি অনুসৰি ডাউদ বৰ্তমান পাকিস্তানৰ কৰাচীত বাস কৰে। একাংশ বাতৰিত দাবী কৰা হৈছে যে ১৯৯৩ চনৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা ভাৰতৰ মষ্ট ৱাণ্টেড ডাউদ দীৰ্ঘদিন ধৰি পাকিস্তানত আছে। মুম্বাই আক্ৰমণত ২৫০ৰো অধিক লোকৰ মৃত্যু হৈছিল। আহত হৈছিল ১০০০ৰো অধিক লোক।

বাতৰি অনুসৰি ডাউড বৰ্তমান কৰাচীৰ ক্লিফটন অঞ্চলত বাস কৰে। এবছৰৰ পূৰ্বে ডাউদৰ ভাগিনিয়েকে দাবী কৰিছিল যে ভাৰতৰ ডাউদ পুনৰ বিবাহপাশত আবদ্ধ হৈছে। তাৰপিছৰে পৰা তেওঁ কৰাচীতে আছে।

ভাৰতৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (এন আই এ) দাখিল কৰা চাৰ্জশ্বীট অনুসৰি দাউদৰ ভগ্নী হাছিনা পাৰ্কাৰৰ পুত্ৰ আলিশাই কৈছিল যে ‘ডাউদ ইব্ৰাহিমৰ দ্বিতীয় পত্নী আছে। তেওঁ পাকিস্তানী পাঠান, নাম মেইজাবিন। দাউদৰ তিনিগৰাকী কন্যা আছে – মাৰুখ (জুনেদৰ সৈতে বিবাহিত, যি জাভেদ মিয়াঁদাদৰ পুত্ৰও), মেহৰীন (বিবাহিত) আৰু মাজিয়া (অবিবাহিত)। এটা পুত্ৰও আছে – মহীন নৱাজ। তেওঁৰো বিয়া হৈছে।’

লগতে পঢ়কঃ লজ্জাজনক: কেৰালাত ৫২ বছৰীয়া মহিলাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ যুৱক

উল্লেখ্য যে ২০২২ চনৰ নৱেম্বৰ মাহত এন আই এয়ে ডাউদকে ধৰি চাৰিজন ব্যক্তিৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন যোগান ধৰাৰ অভিযোগত অভিযোগনামা দাখিল কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd