• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না ৰোগীৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হৈছে ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 24, 2020 9:33 am

1 min read

diabetes_380

প্ৰতিনিধিত্বমূলক ফটো।

482
VIEWS
Share on FacebookShare on Twitter

ডায়েবেটিছ বা হাইপাৰটেনশ্যনে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তসকলৰ বাবে অধিক বিপদ কঢ়িয়াই আনিছে।

অৱশ্যে, এই কথা আগৰে পৰা শুনি অহা হৈছে। কিন্তু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য এইবাৰ সেই কথাকে দোহাৰিছে।

তথ্য অনুসৰি, কৰ’না আক্ৰান্তসকলৰ ভিতৰত ৫.৭৪শতাংশ আৰু ৫.২০ শতাংশৰ ক্ষেত্ৰত ক’মৰ্বিডিটি (সহ ৰুগ্নতা) হিচাপে হাইপাৰটেনশ্যন আৰু ডায়েবেটিছত ভোগা পোৱা গৈছে।

কৰ’না আক্ৰান্ত সকলৰ মাজত ৭৬শতাংশই সহ ৰুগ্নতাৰ বলি। ইয়াৰ ভিতৰত হাইপাৰটেনশ্যন আৰু ডায়েবেটিছৰ উপৰিও লিভাৰ, হৃদযন্ত্ৰ, কিডনীৰ অসুখ বা কেন্সাৰৰ দৰে মাৰাত্মক ৰোগো আছে।

শেহতীয়া তথ্য অনুসৰি, মুঠ আক্ৰান্তৰ ৬৩ শতাংশই ৪০বছৰ বাব তাতকৈ কম বয়সৰ। মাত্ৰ ১০ শতাংশৰ বয়স ৬০ৰ অধিক।

এইক্ষেত্ৰত আক্ৰান্ত হিচাপে পুৰুষ আৰু মহিলাৰ হাৰ ক্ৰমে ৬৮.৪৮ আৰু ৩১.৫১ শতাংশ। এই তথ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে সমগ্ৰ বিশ্বৰ লেখিয়াকৈ ভাৰততো তৰুণ প্ৰজন্মই কোভিড-১৯ত অধিক আক্ৰান্ত হৈছে।

জ্বৰ, কাঁহ আৰু ডিঙিৰ বিষ এই তিনিটা ৰোগৰ সাধাৰণ লক্ষণ হিচাপে দেখা গৈছে।

লেব’ৰটেৰীৰ পৰা চিনাক্ত কৰা ৩৭,০৮৪গৰাকী  আক্ৰান্তৰ ভিতৰত ২৫.০৩ শতাংশই জ্বৰত আক্ৰান্ত হৈছিল। লগতে কাহ আৰু ডিঙিৰ বিষ আছিল ক্ৰমে ১৬.৩৬ আৰু ৭.৩৫ শতাংশৰ। ইয়াৰ বিপৰীতে ৫.১১শতাংশই শ্বাসকষ্টত ভূগিছিল।

Tags: COVID-19

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd