• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোটি-কোটি গ্ৰাহকক বিপদত পেলালে ষ্টেট বেংক অৱ ইণ্ডিয়াই!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2019 2:07 pm
online-facility-makes-sbi-a-c-shifting-less-tedious

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিমান নিৰাপদ দেশৰ সবাতোকৈ বৃহৎ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই)ত থকা আপোনাৰ বেংক একাউন্টৰ তথ্য? বুধবাৰে প্ৰকাশিত এক প্ৰতিবেদনে এতিয়া বেংকটোত একাউন্ট থকা কোটি-কোটি গ্ৰাহকৰ মনলৈ আনিছে এই প্ৰশ্ন।

Techcrunch নামৰ এক প্ৰতিষ্ঠানে প্ৰকাশ কৰা এই প্ৰতিবেদন মতে এছ বি আয়ে তেওঁলোকৰ মুম্বাইৰ এক ছাৰ্ভাৰ ৰখা কেন্দ্ৰৰ অত্যন্ত স্পৰ্শকাতৰ তথ্য মজুত থকা এটা গুৰুত্বপূৰ্ণ ছাৰ্ভাৰ পাৰ্ছৱৰ্ডেৰে সুৰক্ষিত কৰি ৰাখিবলৈ পাহৰি থকাত কোটি-কোটি বেংক একাউণ্টৰ বেংক বেলেঞ্চ, বেংক একাউণ্ট নম্বৰ আদি তথ্য ফাদিল হোৱাৰ সন্দেহ কৰা হৈছে।

Apply Now

ইণ্ডিয়া টুডে’ত প্ৰকাশিত এক বাতৰি মতে Techcrunch এ পিছত এছ বি আইৰ সৈতে যোগাযোগ কৰাত উক্ত ত্ৰুটিটো ঠিক কৰা হয় যদিও কিমান সময়লৈকে ছাৰ্ভাৰটো অসুৰক্ষিত হৈ আছিল সেয়া জানিব পৰা হোৱা নাই। আনহাতে এছ বি আয়েও এইক্ষেত্ৰত কোনো মন্তব্য প্ৰকাশ কৰা নাই।

প্ৰতিবেদনটোত প্ৰকাশ পোৱা মতে অসুৰক্ষিত ছাৰ্ভাৰটো SBI Quickৰ অন্তৰ্গত। SBI Quickৰ দ্বাৰা বেংকটোৰ যিকোনো গ্ৰাহকে মেছেজ বা ফ’ন কলৰ জৰিয়তে বিভিন্ন বেংকিং সেৱাৰ সুবিদ্ধা ল’ব পাৰে।

এছ বি আইৰ ৱেবছাইটত SBI Quickৰ জৰিয়তে গ্ৰাহকে পাব পৰা সুবিধাৰ বিষয়ে উল্লেখ কৰা আছে।

যিহেতু SBI Quickএ বেংকটোৰ এগৰাকী গ্ৰাহকৰ ফ’ন নম্বৰটো তেওঁৰ একাউণ্টেৰে সংযোগ কৰাইছে ফলত চতুৰ ঠগ-প্ৰৱঞ্চকে ফাদিল হোৱা তথ্য ব্যৱহাৰ কৰি অনায়াসে কোনো গ্ৰাহকৰ এটাউণ্টৰ পৰা পইছা সৰকাই নিব পাৰিব।

প্ৰতিবেদনটোত লগতে উল্লেখ কৰা মতে Techcrunch ৰ দলে , ‘ৰিয়েল-টাইম’ত গ্ৰাহকসকললৈ তেওঁলোকৰ ফ’ন নম্বৰ, বেংক বেলেঞ্চ আৰু শেহতীয়া লেন-দেনৰ তথ্য সম্বলিত মেছেজ গৈ থকা ধৰা পেলায়। মাত্ৰ সোমবাৰৰ দিনাই বেংকে এনে ৩০লাখ মেছেজ বন্ধ কৰিছে।‘

দেশৰ অন্যতম বৃহৎ বেংটোত ঘটা এই ভয়ংকৰ গাফিলতিয়ে নিশ্চয়কৈ বেংকটোৰ কোটি কোটি গ্ৰাহকক চিন্তাত পেলাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd