DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধৰ্মতাৰ জেটি অতিক্ৰম কৰা প্ৰথম গৰাকী অসমীয়া সাঁতোৰবিদ হিচাপে অভিলেখ ৰচিলে এলভিছ আলী হাজৰিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2021 8:50 am
Elvis Ali Hazarika
1.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই মঙলবাৰে ধৰ্মতাৰ জেটি অতিক্ৰম কৰি গেটৱে অৱ ইণ্ডিয়া ক’ৰ্চ, মুম্বাইলৈ সফলতাৰে পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া হিচাপে আন এটা মাইলৰ খুঁটি স্থাপন কৰিছে।

এলভিছে ২৩ নৱেম্বৰৰ পুৱা ১ বজাত সাঁতোৰ আৰম্ভ কৰিছিল আৰু ১১ বজাত সমাপ্ত কৰে। আৰৱ সাগৰৰ এই পথটোৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৩৮ কিলোমিটাৰ।

এলভিছ আলী হাজৰিকাই জানিবলৈ দিয়ে যে নৰ্থ চেনেল সাঁতোৰৰ বাবে প্ৰস্তুতিৰ অংশ হিচাপে তেওঁ এই অভিযানত ভাগ লয়। অহা বৰ্ষত তেওঁ নৰ্থ চেনেল সাঁতোৰৰ প্ৰচেষ্টা চলাব।

উল্লেখ্য যে হাজৰিকাই প্ৰায় ৬৮ টা ৰাষ্ট্ৰীয় আৰু ৬ টা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছে।

৯ বছৰ বয়সত এলভিছে ১৯৯১ চনত এছিয়া পেচিফিক চুইমিং চেম্পিয়নশ্বিপত দেশবাসীক প্ৰতিনিধিত্ব কৰে। তেওঁ ১৯৯৫ আৰু ১৯৯৯ চনত দক্ষিণ এছিয়ান ফেডাৰেচন গেমছ আৰু ২০০৯ চনত বিশ্ব আৰক্ষী গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

তেওঁ সৰ্বভাৰতীয়-প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰীয় জলজ ক্ৰীড়া, চাব-জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ একুৱেটিক নেচনেল চেম্পিয়নশ্বিপ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াতো দেশক প্ৰতিনিধিত্ব কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেটালিনা চেনেল অতিক্ৰম কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথম সাঁতোৰবিদ হিচাপেও এলভিছ আলী হাজৰিকাই অভিলেখ ৰচি থৈছে।

Recent News

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd