• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়াৰ বাবে পাত্ৰী হিচাপে কোনবোৰ ছোৱালী আটাইতকৈ উপযুক্ত? জানি লওক চাণক্যৰ মত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2023 7:38 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আচাৰ্য চাণক্যক ভাৰতীয় শাস্ত্ৰৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ পণ্ডিত হিচাপে গণ্য কৰা হয়। প্ৰাচীন ভাৰতৰ অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক আৰু অৰ্থনীতিবিদ আছিল চাণক্য। তেওঁ ‘অৰ্থশাস্ত্ৰ’ লিখিছিল। ইয়াৰ বাবেই তেওঁ পাছলৈ কৌটিল্য নামেৰে পৰিচিত হয়। চাণক্যই মানুহৰ জীৱনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱ পেলাব পৰা প্ৰতিটো বিষয় অতি গভীৰভাৱে অধ্যয়ন কৰিছিল। চন্দ্ৰগুপ্ত মৌৰ্যৰ গুৰু চাণক্যৰ নীতি আজিও এই কাৰণতে প্ৰাসংগিক।

পণ্ডিতসকলৰ মতে আচাৰ্য চাণক্যৰ এই দৰ্শনে আমাক যিকোনো প্ৰতিকূল অৱস্থাত অধ্যৱসায় কৰিবলৈ শিকায়। শাস্ত্ৰজ্ঞা পণ্ডিতসকলৰ মতে যিসকলে আচাৰ্য চাণক্যৰ নীতি নিয়মিতভাৱে অনুশীলন আৰু অনুসৰণ কৰে, যিসকলে চাণক্যৰ জীৱন দৰ্শনক গ্ৰহণ কৰিছে, তেওঁলোকে নিজৰ জীৱনৰ দুৰ্দশাৰ পৰা সহজেই মুক্তি পায়। ডাঙৰ দুৰ্যোগতো বেছি বিচলিত নহয়।

চাণক্য নীতিত বিবাহ সম্পৰ্কীয় বিভিন্ন বিচাৰ্য বিষয়ত আচাৰ্য চাণক্যৰ মতামত দাঙি ধৰা হৈছে।

Apply Now

কোনবোৰ ছোৱালী বিয়াৰ বাবে পাত্ৰী হিচাপে আটাইতকৈ উপযুক্ত?

  • আচাৰ্য চাণক্যই বিশ্বাস কৰিছিল যে বিবাহত ছোৱালীৰ ৰূপৰ বিশেষ গুৰুত্ব নাই। তেওঁৰ মতে, ছোৱালীজনীৰ ৰূপ নহয়, অন্তৰৰহে সন্ধান কৰিব লাগে। যাৰ অন্তৰ সুন্দৰ, তেওঁৱেই বিবাহৰ বাবে উপযুক্ত পাত্ৰী।
  • আচাৰ্য চাণক্যই সুন্দৰী অথচ ৰহস্যময়ী বা ছদ্মবেশী মহিলাৰ সংগ এৰাই চলাৰ পৰামৰ্শ দিছে। তেওঁৰ মতে সুন্দৰী অথচ ৰহস্যময়ী ছোৱালী কেতিয়াও বিবাহৰ বাবে উপযুক্ত পাত্ৰী নহয়।
  • চাণক্যৰ মতে, ছোৱালীৰ কৰ্কশ কথা কোনোমতে পছন্দৰ নহয়। আচাৰ্য চাণক্যই বিবাহৰ ক্ষেত্ৰত কটূভাষী ছোৱালীৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে।
  • আচাৰ্য চাণক্যই হ’বলগীয়া পত্নীৰ সততা, বিশ্বাসযোগ্যতাৰ বিষয়ে নিশ্চিত হ’বলৈ পৰামৰ্শ দিছে। অৱশ্যে সম্পৰ্কত সততা আৰু বিশ্বাসযোগ্যতা বজাই ৰখাটো পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰতে প্ৰযোজ্য।
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd