• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাণক্য নীতি: কেতিয়া-ক’ত-কেনেকৈ ধন উপাৰ্জন আৰু খৰচ কৰিব, মেঘৰ পৰা শিকা উচিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2023 7:24 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আচাৰ্য চাণক্যই বহু বছৰৰ আগতে মানৱ জীৱনৰ লগত জড়িত সকলো কথা চাণক্য নীতিৰে বুজাই দিছিল। চাণক্যৰ নীতি জীৱনত অনুসৰণ কৰিলে অসুবিধাবোৰ সহজে দূৰ কৰিব পৰা যায়। আচাৰ্য চাণক্য আছিল এজন মহান কৌশলবিদ। ডাৱৰ বা মেঘ আৰু ধনৰ সংযোগ চাণক্যৰ নীতিত খুব ভালকৈ উল্লেখ কৰা হৈছে। সেয়েহে কোৱা হয় যে চাণক্যৰ নীতি অনুসৰণ কৰা ব্যক্তিয়ে দুখ জয় কৰে।

কোৱা হয়, চাণক্যৰ নীতি অনুসৰণ কৰা জনে জীৱনত কেতিয়াও আঘাত নাপায়। চাণক্য নীতিবোৰ অনুসৰণ কৰাটো কঠিন হ’ব পাৰে, কিন্তু তাৰ বাবেই আপোনাৰ জীৱন সদায় সুখী হৈ থাকিব। আচাৰ্য চাণক্যই তেওঁৰ চাণক্য নীতিত ধনৰ সদ্ব্যৱহাৰৰ কথা উল্লেখ কৰিছে।

চাণক্য নীতিৰ অষ্টম অধ্যায়ত বৰ্ণিত পঞ্চম শ্লোকৰ জৰিয়তে আচাৰ্য চাণক্যই আমি ধনৰ প্ৰতি কিমান সাৱধান হ’ব লাগে সেয়া কৈছে।

Apply Now

চাণক্য নীতিৰ এই শ্লোকটো চাওক-

‘’বিত্তম দেঃ গুণান্বিতেষু মতিমানন্যত্ৰ দেঃ কথাচিৎ, প্ৰতম বাৰিণীধেজালাম ঘনমুখে মেলোদ্যযুক্তম সদা,

জীৱনস্থাৱৰজদমংশ সক্লানসঞ্জীৱ ভূমণ্ডম, ভূঞাঃ পশ্য তদেৱ কোটিগুণিতম গচ্ছন্তম্ভোনিধিম্।‘’

ইয়াৰ অৰ্থঃ

চাণক্যই প্ৰৱৰ্তন কৰা এই শ্লোকটোৰ জৰিয়তে তেওঁ আপুনি কাক ধনেৰে সহায় কৰিব পাৰে আৰু সেই ধনৰ ক্ষতি কাক বহন কৰিবলগীয়া হ’ব পাৰে কৈছে। আচাৰ্য চাণক্যই কৈছে যে যিজন জ্ঞানী, তেওঁ নিজৰ ধন সৎ আৰু যোগ্য ব্যক্তিক প্ৰদান কৰে। কেৱল এয়াই নহয় চাণক্যই কৈছে যে যিসকল গুণী নহয় তেওঁলোকে কেতিয়াও আপোনাৰ ধনৰ সুবিধা ল’ব নোৱাৰে। কোনো সদাশয় ব্যক্তিক টকা দিলে সেই ধন অপচয় নহয়।

মেঘে সাগৰৰ পৰা পানী লৈ শীতল আৰু স্বচ্ছ পানীৰ বৰষুণ দিয়ে আৰু তাৰ পিছত সেই পানীৰে পৃথিৱীৰ জীৱনচক্ৰ চলি থাকে তাৰ উদাহৰণ হিচাপে আচাৰ্য চাণক্যই এইটো বুজাইছে। বৰ্তমান পৃথিৱীৰ সকলো প্ৰাণী পানীৰ দ্বাৰা সুৰক্ষিত।

একেদৰে বিবেকবান ব্যক্তিয়ে কাৰোবাৰ পৰা ধন লৈ উন্নতিৰ বাবে ব্যৱহাৰ কৰে, সেই ধনেৰে আনৰ ভাল কাম কৰে। গতিকে এজন বিচক্ষণ ব্যক্তিয়ে ধন দিয়া উচিত য’ৰ পৰা সেয়া আদায় কৰিব পৰা যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd