• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সদৌ অসম মুকলি সাঁতোৰত বোকাখাতৰ দুই কিশোৰীৰ সাফল্য

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , August 14, 2018 10:45 am

1 min read

IMG-20180814-WA0004
72
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটত অনুষ্ঠিত হৈ যোৱা সদৌ অসম মুকলি সাঁতোৰ প্ৰতিযোগিতাত বোকাখাতৰ দুই কিশোৰীৰ সাফল্যই বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

প্ৰতিযোগিতাখনত বোকাখাতৰ এডেচা সাঁতোৰ কেন্দ্ৰৰ হৈ যোগদান কৰা ভাৱনা গগৈয়ে ৫০ মিটাৰ বাটাৰফ্লাই শাখাত সোন, ৫০ মিটাৰ ফ্ৰি ষ্টাইল শাখাত ৰূপ আৰু বেক ষ্ট্ৰ’কৰ ব্যক্তিগত শাখা,  ফ্ৰি ষ্টাইল মেডলি ৰেলীত একোটাকৈ ব্ৰঞ্জৰ পদকেৰে মুঠ ৪ টা পদক লাভ কৰে৷

আনহাতে এই প্ৰতিযোগিতাখনতে বোকাখাতৰ আন এগৰাকী সাঁতোৰবিদ দিশা গৌতমে ৫০ মিটাৰ বেক ষ্ট্ৰ’কত ৰূপৰ পদক আৰু ১০০ মিটাৰ বেক ষ্ট্ৰ’কত ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ বোকাখাতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়৷

IMG-20180814-WA0003 (1)

উল্লেখ্য যে ভাৱনা গগৈ বোকাখাতৰ তনয় জ্যোতি গগৈৰ আৰু দিশা গৌতম বোকাখাতৰ নিৱাসী উৎপল শৰ্মা হাজৰিকাৰ কন্যা৷

বোকাখাতৰ এডেচা সাঁতোৰ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা দুয়োগৰাকী কিশোৰী খেলুৱৈৰ সফলতাত সাঁতোৰ কেন্দ্ৰটোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছে৷

Recent News

Gita Gopinath

‘নতুন কৃষি আইনে কৃষকৰ আয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে’; IMFৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথ

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

index

৪ বছৰৰ পিছত জে’লৰ পৰা মুক্তি পালে জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলা

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd