• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

৮২ উৰ্দ্ধৰ বিশিষ্ট কবি-সামাজিক কৰ্মী ভাৰাভাৰ ৰাওক জামিন প্ৰদান বুম্বাই উচ্চ ন্যায়ালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 23, 2021 7:53 pm

1 min read

discover-1
130
VIEWS
Share on FacebookShare on Twitter

মংগলবাৰে বিশিষ্ট কবি তথা সমাজকৰ্মী ভাৰাভাৰ ৰাৱৰ জামিন মঞ্জুৰ কৰিছে বুম্বে উচ্চ ন্যায়ালয়ে।

বুম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে চিকিৎসাজনিত কাৰণত ৮২ উৰ্দ্ধৰ বিশিষ্ট কবি আৰু সামাজিক কৰ্মীজনক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।

ছমাহৰ বাবে লাভ কৰা এই জামিনত ৰাওক ন্যায়ালয়ে কেতবোৰ চৰ্ত আৰোপ কৰা বুলিও জানিব পৰা গৈছে। যিবোৰ চৰ্ত তেওঁ জামিনকালীন অৱস্থাত মানি চলিব লাগিব।

মংগলবাৰে ন্যায়াধীশ স্বপ্না যোশীৰ বিচাৰপীঠে জামিন প্ৰদান কৰা ৰাওক ২০১৬ৰ সুৰজগড় লো খনি অগ্নিকাণ্ডৰ ঘটনাত মাওবাদীৰে সংযোগ থকাৰ অভিযোগত যোৱা ২০১৯ চনৰ ফেব্ৰুৱাৰিৰ মাহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰু বৰ্তমান NIAএ এই গোচৰটো তদন্ত কৰি আছে।

ইফালে ৰাৱে কাৰাগাৰত দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আহিছে আৰু তেওঁৰ অধিবক্তাই যোৱা কেবামাহৰ পৰা চিকিৎসাজনিত কাৰণত ৰাওৰ জামিন আবেদন কৰি আহিছিল।

গুৰুতৰভাৱে অসুস্থ ৰাওক ইতিমধ্যে হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে।

Recent News

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ, দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয়

প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ, দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd