• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পাটনাৰ পৰা আহি পালে পিতৃ; আজি সম্পন্ন হ’ব সুশান্ত সিং ৰাজপুতৰ শেষকৃত্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 15, 2020 11:56 am

1 min read

পাটনাৰ পৰা আহি পালে পিতৃ; আজি সম্পন্ন হ’ব সুশান্ত সিং ৰাজপুতৰ শেষকৃত্য

সুশান্ত সিং ৰাজপুত। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত।

1.8k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে মৃত্যুক সাবটি লোৱা বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আজি শেষকৃত্য সম্পন্ন কৰা হ’ব।

পিতৃ আৰু পৰিয়ালৰ কিছু লোকৰ উপস্থিতিত মুম্বাইতে অভিনেতানজৰ অন্ত্যেষ্টক্ৰিয়া সম্পন্ন হ’ব। যোৱা নিশা পাটনাৰ পৰা অহা পিতৃ আৰু পৰিয়ালৰ লোকসকল মুম্বাইত উপস্থিত হয়।

উল্লেখযোগ্য যে কালি দিনত মুম্বাইৰ বান্দ্ৰাত থকা ভাৰাঘৰত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ উদ্ধাৰ হৈছিল। পিছত মুম্বাইৰ কাপুৰ হাস্পতালত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত তেওঁ আত্মহত্যা কৰা বুলি নিশ্চিত কৰা হয়।

এই পৰ্যন্ত আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বহুতেই তেওঁ ডিপ্ৰেশ্যনত ভোগী থকাৰ বাবেই এনে সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছে।

উল্লেখযোগ্য যে কিছু দিন পূৰ্বে অভিনেতা গৰাকীৰ প্ৰাক্তন মেনেজাৰ গৰাকীয়ে আত্মহত্যা কৰিছিল।

কালিৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ, ক্ৰিয়েটিভ মেনেজাৰ, চে’ফ আৰু অভিনেতাজনৰ চিকিৎসকগৰাকীৰ ভাষ্য সংগ্ৰহ কৰিছে।

ইফালে কোভিড-১৯ৰ বাবে আজি অনুষ্ঠিত হ’ব লগা বাবে অন্ত্যেষ্টিক্ৰিয়াত বেছি মানুহ উপস্থিত থাকিব নোৱাৰিব বুলি জানিব পৰা গৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd