• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন SOPক লৈ কি প্ৰতিক্ৰিয়া অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ? ৰাইজলৈ কি আহ্বান?

মৃদুল প্ৰীতম ডেকা, কামৰূপ by মৃদুল প্ৰীতম ডেকা, কামৰূপ
January 8, 2022 11:08 am
Prastuti Parashar

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে ৰাজ্য চৰকাৰে কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা নতুন SOP সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।

সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন SOPক আদৰণি জনাইছে প্ৰস্তুতি পৰাশৰে।

কামৰূপৰ বংশৰত আৱাহন থিয়েটাৰৰ নাট প্ৰদৰ্শনীৰ শেষত মন্তব্য কৰি প্ৰস্তুতি পৰাশৰে নতুন SOPক আদৰণি জনায়। ইয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় প্ৰস্তুতি পৰাশৰে।

Apply Now

ৰাইজক সাৱধানতা অৱলম্বন কৰি নাটক চাবলৈ আহিবলৈ আহ্বান জনাইছে ৰাজ্যখনৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।

উল্লেখ্য যে শুকুৰবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন SOP অনুসৰি সান্ধ্য আইনৰ সময় নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।

লগতে পঢ়ক: Covid-19 Update: কৰ’নাতংক! দেশত দৈনিক সংক্ৰমণ প্ৰায় ১লাখ ৪২ হাজাৰ; ৯.২৮ শতাংশলৈ বৃদ্ধি পজিটিভিটিৰ হাৰ

সেইদৰে, নিশা ৯ বজাৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব। গেলামাল, ফল-মূল, গাখীৰ আদিৰ দোকানো নিশা ৯ বজালৈ খোলা ৰাখিব পাৰিব।

ৰেষ্টুৰেণ্ট, ধাবা আদি ৫০ শতাংশ গ্ৰাহকেৰে নিশা ৯ বজালৈ খোলা ৰাখিব পাৰিব। ৰেষ্টুৰেণ্ট, ধাবা আদিৰ পৰা অনলাইন অৰ্ডাৰৰ খাদ্যৰ যোগান নিশা ১০ বজালৈ চলিব।

সম্পূৰ্ণ ৰূপে টিকাকৰণ নকৰা কোনো কৰ্মচাৰীয়ে চৰকাৰী কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰিব। সম্পূৰ্ণ ৰূপে টিকাকৰণ কৰা ১০০ শতাংশ যাত্ৰীৰে চলি থাকিব আন্তঃ জিলা যাতায়াত।

তদুপৰি, কামৰূপ মেট্ৰ’ জিলাত সকলো বিদ্যালয়ত  অষ্টম শ্ৰেণীলৈকে সকলো শ্ৰেণীৰ পাঠদান বন্ধ থাকিব। একেদৰে ৰাজ্যৰ আন জিলা সমূহত পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ।

লগতে পঢ়ক:Farmer leader slaps BJP MLA: বিজেপি বিধায়কক মঞ্চতেই কাণতলীয়া চৰ শোধালে কৃষক নেতাই

ভৱন আদিত সৰ্বাধিক ৫০ শতাংশ লোক উপস্থিত থাকিব পাৰিব। বিয়া-সবাহতো ৫০ শতাংশ লোকৰ উপস্থিতিত অনুমোদন জনোৱা হৈছে। ভৱন একোটাত আয়োজিত অনুষ্ঠানত সৰ্বাধিক ২০০ ব্যক্তি উপস্থিত থাকিব পাৰিব।

কোনো ৰাজহুৱা স্থানতে ১৫ জানুৱাৰীৰ পিছত ভেকচিন গ্ৰহণ নকৰা ব্যক্তিক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। সকলো লোকে ৰাজহুৱা স্থানলৈ আহোতে ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ লগত আনিব লাগিব।

মাস্ক পৰিধান কৰাটো বাধ্যতামূলক, অন্যথা জৰিমনা ভৰিব লাগিব।

মাস্ক নিপিন্ধিলে ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব। একেদৰে ৰাজহুৱা স্থানত থু পেলালে ১০০০ টকাৰ জৰিমনা।

কোনো এটা অঞ্চলত যোৱা সাত দিনত ১০ জনকৈ লোক কোভিডত আক্ৰান্ত হ’লে তেনে অঞ্চলক কণ্টেইমেণ্ট জ’ন বুলি ঘোষণা কৰা হ’ব।

বিহুৰ ক্ষেত্ৰত ৰাতি ভেলা ঘৰত কোনো থাকিব নোৱাৰিব । ১০ বজালৈ খাই বৈ পুৱা ৬ বজাত আহি মেজি জ্বলাব পাৰিব। 

মৃদুল প্ৰীতম ডেকা, কামৰূপ

মৃদুল প্ৰীতম ডেকা, কামৰূপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd