• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ল ইণ্ডিয়াত এশ শতাংশ স্থানীয় নিযুক্তিৰ দাবীত মাৰ্ঘেৰিটাত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

NE NOW NEWS মানস প্রতিম গগৈ
মার্ঘেৰিটা , August 13, 2018 3:52 pm

1 min read

মাৰ্ঘৰিটা প্ৰতিবাদ
76
VIEWS
Share on FacebookShare on Twitter

ক’ল ইণ্ডিয়াত ২৬ বছৰে বন্ধ হৈ থকা  নিযুক্তি  প্ৰক্ৰিয়া আৰম্ভ কৰা আৰু এশ শতাংশ স্থানীয় যুৱকক চাকৰি দিয়াৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে মাৰ্ঘৰিটাত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে।

মাৰ্ঘেৰিটা বজাৰৰ সমীপৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ পূব কয়লা ক্ষেত্ৰৰ প্ৰবন্ধক যুগল বৰাৰ পুত্তলিকা দাহেৰে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ এই প্ৰতিবাদৰ ফলত মাৰ্ঘেৰিটা ৰাষ্ট্ৰীয় ঘাইপথত যথেষ্ট যান-জঁ‌টৰ সৃষ্টি হয়।

জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাৰ নেতৃত্বত আজিৰ এই প্ৰতিবাদী আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। অনতিপলমে ক’ল ইণ্ডিয়াই নিজৰ স্থিতি স্পষ্ট নকৰিলে অধিক জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বাধ্য হ’ব বুলি সংগঠনটোৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

উল্লেখ্য যে দীৰ্ঘ দিন ধৰি জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ক’ল ইণ্ডিয়াৰ বিৰুদ্ধে থলুৱা নিযুক্তিৰ দাবীত বিভিন্ন আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি আহিছে যদিও ক’ল ইণ্ডিয়া কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীৰ পাছত উত্তৰ পূৱ কয়লা ক্ষেত্ৰই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অৱশ্যে লক্ষণীয় হ’ব।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd