• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Adani Power Deal: বিত্তীয় সংকটত ভুগিছে আদানি গ্ৰুপ! বাতিল ৭০১৭ কোটি টকাৰ অধিগ্ৰহণ চুক্তি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 16, 2023 4:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদানি গ্ৰুপৰ বাবে ২০২৩ বৰ্ষ একেবাৰে ভালদৰে যোৱা নাই। জানুৱাৰীৰ শেষত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত এইবাৰ ডি বি পাৱাৰ( DB Power) অধিগ্ৰহণত খালে মুখথেকেচা। জানিব পৰা গৈছে যে আদানি গ্ৰুপে আদানি পাৱাৰ আৰু ডি বি পাৱাৰ চুক্তিৰ পৰা আঁতৰি আহিছে। আদানি গ্ৰুপৰ ফালৰ পৰাই অৱশ্যে তথ্য পোৱা গৈছে যে ডি বি পাৱাৰ অধিগ্ৰহণত আদানী গ্ৰুপৰ অন্তিম তাৰিখৰ ম্যাদ উকলি গৈছে। এই চুক্তি সম্পূৰ্ণ কৰাৰ অন্তিম তাৰিখ আছিল ১৫ জানুৱাৰী।

২০২২-ৰ আগষ্টত আদানি পাৱাৰে ডি বি পাৱাৰ অধিগ্ৰহণৰ কথা ঘোষণা কৰে। কিন্তু শেষত ম্যাদৰ ভিতৰত চুক্তিটো সম্পূৰ্ণ নহ’ল আদানি পাৱাৰৰ। উল্লেখ্য যে এই চুক্তি পূৰ্বে কেইবাবাৰো পিছুৱাই দিয়া হৈছিল। অৱশেষত গ্ৰুপটোৱে অধিগ্ৰহণৰ আশা এৰি দিবলৈ বাধ্য হ’ল।

আদানি পাৱাৰ আৰু ডি বি পাৱাৰৰ মাজত অধিগ্ৰহণ চুক্তিৰ মূল্য আছিল ৭০১৭ কোটি টকা। আৰম্ভণিতে চুক্তিটো সম্পাদন কৰাৰ সময়সীমা আছিল ২০২২ৰ ৩১ অক্টোবৰলৈকে। পিছত ইয়াক নৱেম্বৰলৈকে সম্প্ৰসাৰিত কৰা হৈছিল। সেই কাৰ্যকাল পুনৰ ৩১ ডিচেম্বৰত বৃদ্ধি কৰা হৈছিল আৰু অৱশেষত ইয়াক ১৫ জানুৱাৰীলৈ বৃদ্ধি কৰা হয়। কিন্তু শেষত অধিগ্ৰহণ চুক্তি বাতিল কৰা হয়।

Apply Now

ডি বি পাৱাৰ মধ্য প্ৰদেশৰ দৈনিক ভাস্কৰ গ্ৰুপৰ এটা সহায়ক সংস্থা। বৰ্তমান, বিদ্যুৎ কোম্পানীটোৱে ছত্তীশগড়ৰ জাঞ্জগিৰৰ চম্পা জিলাত 2×600 মেগাৱাট বিদ্যুৎ প্ৰকল্প এটা চলাই আছে। আদানি গ্ৰুপৰ পৰিকল্পনা আছিল ডি বি পাৱাৰ অধিগ্ৰহণৰ জৰিয়তে ছত্তীশগড়ত ইয়াৰ ব্যৱসায় সম্প্ৰসাৰিত কৰা।

আদানি গ্ৰুপে এনে এটা সময়ত অধিগ্ৰহণ বাতিল কৰাৰ সিদ্ধান্ত লৈছে যেতিয়া হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে আদানি সাম্ৰাজ্যক অস্থিৰ কৰি তুলিছে। এই বছৰৰ ২৪ জানুৱাৰীৰ পৰা আদানি গ্ৰুপে কোম্পানীটোৰ শ্বেয়াৰত ১০ লাখ কোটি টকা হেৰুৱাইছে। আদানি এণ্টাৰপ্ৰাইজে শেহতীয়াকৈ অলপ সকাহ পাবলৈ সক্ষম হৈছে যদিও বাকী ষ্টকবোৰে বাল সঁহাৰি প্ৰদৰ্শন কৰা নাই।

আদানি পাৱাৰৰ শেহতীয়া তিনিমাহৰ ফলাফলো আশাব্যঞ্জক নহয়। ২০২২ ডিচেম্বৰৰ কোৱাৰ্টাৰত আদানি পাৱাৰৰ ফলাফল যথেষ্ট হতাশাজনক। কোম্পানীটোৰ মুঠ লাভ ৯৬শতাংশ হ্ৰাস হৈ ৮.৭৭ কোটি টকা হৈছে। কোৱা হৈছে যে কোম্পানীটোৰ বৃহৎ ব্যয়ৰ বাবে মুঠ লাভ হ্ৰাস পাইছে। এবছৰ পূৰ্বে ডিচেম্বৰ কোৱাৰ্টাৰত আদানি পাৱাৰৰ মুঠ লাভ আছিল ২১৮.৪৯ কোটি টকা।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd