• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আধাৰ কাৰ্ড নহ’লে এইখন ৰাজ্যত চেলুনত চুলি কটাৰ পৰা বঞ্চিত হ’ব আপুনি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2020 9:12 am
4.3k
VIEWS
Share on FacebookShare on Twitter

চতুৰ্থ পৰ্যায়ৰ ল’কডাউনৰ সামৰণি পৰাৰ পাছত ১ জুনৰ পৰা আৰম্ভ হোৱা আনল’ক-১-ৰ সময়ত চৰকাৰে চেলুন আৰ পাৰ্লাৰ সমূহ খোলাৰ বাবে অনুমতি প্ৰদান কৰিছে।

চৰাকাৰৰ পাছতে তামিলনাডুত চেলুন আৰু স্পা সমূহ খোলা দেখা গৈছে।

তামিলনাডু চৰকাৰে চেলুন আৰু স্পা সমূহক ইয়াৰ গ্ৰাহক সকলৰ সম্পূৰ্ণ পৰিচয়, ফোন নম্বৰ আৰু আধাৰ কাৰ্ড জমা ৰখাৰ বাবে নিৰ্দেশ দিছে যাতে প্ৰয়োজন হ’লে কন্টাক ট্ৰেছিঙৰ বাবে ইয়াক ব্যৱহাৰ কৰিব পৰা যায়।

আনহাতে, চেলুন আৰু স্পা-সমূহৰ প্ৰৱেশ পথত হেণ্ড চেনিটাইজাৰ আৰু টিছু পেপাৰ ৰখাৰ বাবেও চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।

ব্যৱহাৰ হোৱা টিছু সমূহ গ্ৰাহক আৰু মালিকপক্ষই সঠিক স্থানত জমা কৰাৰ বাবেও চৰকাৰে আহ্বান জনাইছে। কোনো চেলুন কৰ্তৃপক্ষই এনেবোৰ নিৰ্দেশনা ভংগ কৰিলে তামিলনাডু চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

দেশত প্ৰথম পৰ্যায়ৰ ল’কডাউন ঘোষণা কৰাৰ পাছৰে পৰা চেলুন, বিউটি পাৰ্লাৰ, স্পা সমূহ বন্ধ হৈ আছিল।

চৰকাৰে চেলুন, পাৰ্লাৰ সমূহ খোলাৰ নিৰ্দেশ দিয়াৰ পাছত বিভিন্ন স্থানত পিপিই কিট, মাস্ক আদি পৰিধান কৰি নাপিত সকলে গ্ৰাহকৰ চুলি কটা দেখা গ’ল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd