• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথত গঠন হ’ল ভাৰতবর্ষৰ প্ৰথমটো আদিবাসী ৰাজনৈতিক দল

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
January 10, 2019 4:46 pm
IMG_20190110_124245
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথত  গঠন হ’ল ভাৰতবৰ্ষৰ প্ৰথমটো আদিবাসী ৰাজনৈতিক দল। আজি ১০ জানুৱাৰি বৃহস্পতিবাৰে আছাৰ বিশাল গণ সমাবেশত আনুষ্ঠানিক ভাৱে এই ঘোষণা আগবঢ়ায় আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগে। যোৱা ২৯ ডিচেম্বৰত বিশ্বনাথত গঠন হোৱা আদিবাসী নেচনেল পাৰ্টি,  অসমৰ(আনপা) সভাপতি বিজয় তাৰু আৰু সম্পাদক বলদেৱ তেলীৰ লগতে আন বিষয়ববীয়া সকলক পৰিচয় কৰাই দি সভাপতি গৰাকীয়ে এই নতুন আদিবাসী দলটোক আদিবাসী ৰাইজৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায়।

আছাৰ নেতাগৰাকীয়ে আছাই পূৰ্বৰ দৰেই অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিব বুলি ঘোষণা কৰে। সভাপতি  গৰাকীয়ে এই বিশাল সমাবেশত কয় যে আদিবাসীসকল অসমৰ অবিচ্ছেদ্য অংগ। আদিবাসী সকলক বাদ দি খিলঞ্জীয়াৰ ধাৰণা অমূলক। বেপাৰ কৰিবলৈ অহা সকল যদি খিলঞ্জীয়া হ’ব পাৰে  কিন্তু অসমৰ  হাৱা পানীৰ লগত জড়িত হোৱা আদিবাসী সকল কিয় খিলঞ্জীয়া হ’ব নোৱাৰে বুলি আদিবাসী নেতাগৰাকীয়ে যুক্তি দৰ্শায়।

Apply Now

আজি বিশ্বনাথ চাৰিআলিৰ লেহুগাওঁত থকা ডঃ ভূপেন হাজৰিকা কলাক্ষেত্ৰত  অনুষ্ঠিত বিশাল আদিবাসী সমাৱেশত তেওঁ এই মন্তব্য আগবঢ়ায়। নেতাগৰাকীয়ে তেওঁৰ উদাত্ত ভাষণত আদিবাসীসকলক বিভিন্ন সময়ত প্ৰতাৰণা কৰি অহা বুলি উল্লেখ কৰি কয় যে ৰাজনীতিক দল সমূহৰ এনে প্ৰতাৰণৰ যোগ্য প্ৰত্যুত্তৰ দিব। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি, বাগিচাৰ শ্ৰমিকৰ ভূমি লুণ্ঠনৰ বিৰুদ্ধে কঠোৰ সকীয়নি দিয়ে আদিবাসী নেতা গৰাকীয়ে। কেইবা সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰা এই বিশাল সমাৱেশত তেওঁ আদিবাসী সকলক অনুসূচিত জনজাতিৰ মৰ্যাদা নিদিয়া পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰে।

নিজৰ ভাষণত তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে সংগ্ৰাম চলাই যাব বুলি মন্তব্য কৰে। সভাত আছাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি জন তিৰ্কি, কেন্দ্ৰীয় সম্পাদক যোচেফ মিঞ্জ, যুটীয়া সম্পাদক বিনোদ দিগল,  নুৱাছ বাৰলা, এ এ এন চিৰ সভাপতি ৰামানুজ হৰ,  বি সি এফৰ যুদ্ধ বিৰতি গোটৰ সেনাধ্যক্ষ বিৰসিং মুণ্ডা, বি সি এফৰ সভাপতি দুৰ্গা হাসদা, অলনাৰ যুদ্ধ বিৰত গোটৰ সেনাধ্যক্ষ নিৰ্মল তিৰ্কী, সাধাৰণ সেনা প্ৰধান দ্বীপেন নায়ক, জিলা পৰিচালক ৰাতুল মুৰাৰী, শোণিতপুৰ জিলাৰ পৰিচালক কুৰ্বেশ্বৰ  মাৰান্দী, আদিবাসী ৰাজনৈতিক দলৰ সভাপতি বিজয় তিৰু,  সম্পাদক বলদেৱ তেলী, সমাজকৰ্মী অকণ শইকীয়া, প্ৰদীপ হেমৰম প্ৰমুখ্যে আছাৰ নেতৃবৃন্দ উপস্থিত থাকে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd