• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অ’এফ এফ’ত প্ৰদৰ্শিত হ’ব আদিল হুছেইন অভিনীত অসমীয়া চুটি ছবি ‘মিল’

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2019 9:35 am
Meal

'মিল'ত অভিনয় কৰিছে আদিল হুছেইনে। ফটো: টাইমছ অৱ ইণ্ডিয়াৰ সৌজন্যত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰসিদ্ধ অভিনেতা আদিল হুছেইন অভিনীত অসমীয়া চুটি চলচ্চিত্ৰ ‘মিল’ ডেনমাৰ্কৰ সন্মানীয় অস্কাৰ যোগ্যতা নিৰ্দ্ধাৰণকাৰী ৪৪ সংখ্যক অ’ডেনছ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল(অ’ এফ এফ)ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।

উক্ত চলচ্চিত্ৰ মহোৎসৱখনত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হোৱা ‘মিল’ হৈছে একমাত্ৰ ভাৰতীয় চুটি চলচ্চিত্ৰ।  মূল প্ৰতিযোগিতা শাখাত প্ৰদৰ্শনৰ বাবে ছবিখন নিৰ্বাচিত হৈছে।

Apply Now

অভিৰূপ বসুৱে চিত্ৰনাট্য লিখা তথা পৰিচালনা কৰা ছবিখনত অভিনয় কৰিছে আদিল হুছেইন, ৰত্নাবালী ভট্টাচাৰ্য আৰু অৰুণ মুখোপাধ্যায়ৰ লগতে অন্যান্য শিল্পীয়ে। ছবিখনত এটা বৈকালিক পৰিয়ালে কেনেকৈ তেওঁলোকৰ জীৱনযাত্ৰাৰ হুলস্থুলীয়া পৰিৱেশৰ মাজত একেলগে বহি ৰীতিগতভাৱে ৰাতিপুৱাৰ জলপান (মিল) গ্ৰহণ কৰে তাৰ চিত্ৰায়ন কৰা হৈছে।

শীৰ্ষ কেডিয়ালা, মধু সিংঘী আৰু সুশীলা জৈনে প্ৰযোজনা কৰা ছবিখনত আদিল হুছেইনে পুৰুষ নায়কৰ ভূমিকাত অৱতীৰ্ণ হৈছে।

অ’ডেনছ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ২০১৯’ অহা ২৬ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ’ব। অ’ডেনছ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ডেনমাৰ্কৰ আন্তৰ্জাতিক চুটি চলচ্চিত্ৰ মহোৎসৱ আৰু ১০৭৫ চনতে আৰম্ভ কৰা এইখন দেশখনৰ আটাইতকৈ পুৰণি চলচ্চিত্ৰ মহোৎসৱ।

এই বছৰ চলচ্চিত্ৰ মহোৎসৱখনত বিভিন্ন শিতানত প্ৰদৰ্শনৰ বাবে অহা মুঠ ৩২৬৪ খন ছবিৰ ভিতৰত ১২১ খন ছবি প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।

নিৰ্বাচিত ছবিসমূহে পাঁচটা শিতানত প্ৰতিযোগিতাৰ বাবে প্ৰদৰ্শিত হ’ব। সেইকেইটা হৈছে-মূল প্ৰতিযোগিতা, ডেনিছ প্ৰতিযোগিতা, এনিমেশ্যন প্ৰতিযোগিতা, তথ্যচিত্ৰ প্ৰতিযোগিতা আৰু যুৱ শিতানৰ প্ৰতিযোগিতা।

মূল প্ৰতিযোগিতা শিতানৰ বিচাৰকসকলে এই শিতানৰ শ্ৰেষ্ঠ চলচ্চিত্ৰখনৰ এইচ. চি. এ বঁটা, কাহিনীৰ বঁটা আৰু শিল্পীৰ বঁটা-এই তিনিটা বঁটা প্ৰদান কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd