• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ অসম সংগ্ৰামী মঞ্চ এৰি AJP লৈ সদলবলে ঢাপলি অদীপ ফুকনৰ

AJP ত যোগদান কৰিয়েই ৰাজ্যিক সমন্বয়কৰ দায়িত্ব পালে অদীপ ফুকনে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 26, 2020 9:10 pm
Adip Phukan
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম সংগ্ৰামী মঞ্চ এৰি নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সৈতে চামিল হ’ল অদীপ ফুকন।

অসম সংগ্ৰামী মঞ্চৰ কাৰ্য্যকৰী সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰা অদীপ ফুকনৰ সৈতে মঞ্চৰ বহুকেইগৰাকী উচ্চ পদবীৰ নেতা তথা বিষয়ববীয়া AJP ৰ সৈতে চামিল হয়।

Apply Now

তাৰ ভিতৰত অন্যতম অসম সংগ্ৰামী মঞ্চৰ ৰাজ্যিক উপ সভাপতি ৰবীন্দ্ৰ কুমাৰ দত্ত, সাধাৰণ সম্পাদক লুচি নেওগ, অমিতাভ বৰঠাকুৰ, গৌতম পাঠক সাংগঠনিক সম্পাদক, অজয় তালুকদাৰ, দিলীপ দাস, কিশোৰ হাজৰিকা(সভাপতি নলবাৰী জিলা), কমলা কলিতা(সভাপতি, ৰঙিয়া জিলা সমিতি), জিয়াউৰ ৰহমান(সাধাৰণ সম্পাদক, হোজাই জিলা সমিতি), নিতুল পাটোৱাৰী(সাধাৰণ সম্পাদক, বৰপেটা জিলা সমিতি)কে ধৰি অন্য বহুকেইগৰাকী।

ইপিনে, AJP ত যোগদান কৰিয়েই ৰাজ্যিক সমন্বয়কৰ দায়িত্ব লাভ কৰিলে অদীপ ফুকনে। পূৰ্বতে ৰাজ্যিক সমন্বয়ক হিচাপে প্ৰাক্তন মন্ত্ৰী জগদীশ ভুঞা আছিল যদিও এতিয়া অদীপ ফুকন অন্তৰ্ভুক্ত হোৱাৰ পাছত দুগৰাকী ৰাজ্যিক সমন্বয়কৰ দায়িত্বত থাকিব।

ইপিনে, আছুৰ প্ৰাক্তন নেতা চিত্তৰঞ্জন বসুমতাৰী আৰু ৰাজু ফুকনৰ লগতে নতুনকৈ ৰবীন্দ্ৰ কুমাৰ দত্ত, লুচি নেওগ আৰু অমিতাভ বৰঠাকুৰক অসম জাতীয় পৰিষদৰ আহ্বায়কৰ দায়িত্ব প্ৰদান কৰে।

আনহাতে, অসম জাতীয় পৰিষদত যোগদান কৰাৰ পাছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে অদীপ ফুকন।

তেওঁ কয় ‘দিল্লীৰ বিজেপি চৰকাৰখন এক ৰাষ্ট্ৰীয় সমস্যা। অসমৰ বিজেপি চৰকাৰ এক জাতীয় সমস্যা। এই সমস্যাৰ সমাধানৰ বাবে শক্তিশালী ৰাজনৈতিক ধাৰা অধিক শক্তিশালী কৰিব লাগিব।এক নতুন সময় আহিছে ইয়াক উলাই কৰিলে আগন্তুক ৫ বছৰ সংকটকালত পৰিব, কিন্তু আমি এই সংকটকাললৈ নিব বিচৰা নাই।‘উল্লেখযোগ্য যে   কিছুবছৰ পূৰ্বে অদীপ কুমাৰ ফুকনে বিজেপিতো যোগদান কৰি পিছত দলৰ পৰা ওলাই আহিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চি ই চি জ্ঞানেশ কুমাৰলৈ দুই নিৰ্বাচন আয়ুক্তৰ পত্ৰ প্ৰেৰণ কৰিছিল কেবিনেট সচিবালয়ে; ফাদিল আৰ টি আইৰ তথ্যত

চি ই চি জ্ঞানেশ কুমাৰলৈ দুই নিৰ্বাচন আয়ুক্তৰ পত্ৰ প্ৰেৰণ কৰিছিল কেবিনেট সচিবালয়ে; ফাদিল আৰ টি আইৰ তথ্যত

October 23, 2026 11:39 am
বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

October 23, 2026 10:21 am
জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

October 23, 2026 9:27 am
কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

October 23, 2026 8:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চি ই চি জ্ঞানেশ কুমাৰলৈ দুই নিৰ্বাচন আয়ুক্তৰ পত্ৰ প্ৰেৰণ কৰিছিল কেবিনেট সচিবালয়ে; ফাদিল আৰ টি আইৰ তথ্যত

চি ই চি জ্ঞানেশ কুমাৰলৈ দুই নিৰ্বাচন আয়ুক্তৰ পত্ৰ প্ৰেৰণ কৰিছিল কেবিনেট সচিবালয়ে; ফাদিল আৰ টি আইৰ তথ্যত

October 23, 2026 11:39 am
বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

October 23, 2026 10:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd