• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৃথিৱীৰ মায়া কাটি আগবাঢ়িল আদিত্য-এল১, এইবাৰ লক্ষ্য মাথোঁ সূৰ্য্য; দৃষ্টি ৰাখিছে ইছৰোই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2023 12:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইছৰোৰ সৌৰ মহাকাশযান আদিত্য-এল১য়ে পৃথিৱীৰ কক্ষপথত অন্তিম পৰ্যায় সম্পূৰ্ণ কৰিছে। কক্ষপথ সলনি কৰি মহাকাশযানখন পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ পৰা ওলাই গৈছে। এইবাৰ ইয়াৰ লক্ষ্য হৈছে সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ লেগ্ৰেঞ্জ বিন্দু বা L1 বিন্দু।

ইছৰো এক্স হেণ্ডলে জনোৱা মতে, সোমবাৰে ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ২ বজাত আদিত্য-এল১য়ে পঞ্চম কক্ষপথ সলনি কৰি পৃথিৱীৰ আকৰ্ষণ শক্তিৰ বাহিৰলৈ ওলাই যায়।

ইছৰোৱে এই মহাকাশযানখনক সাময়িকভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ ক্ষেত্ৰৰ বাহিৰৰ ট্ৰেন্স লেগ্ৰেঞ্জিয়ান বিন্দুত স্থাপন কৰিছে। তাৰ পৰা আদিত্য-এল১ সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ এল১ বিন্দুত উপনীত হ’ব। ১১০ দিনৰ পাছত মহাকাশযানখনক এল ১ৰ ওচৰৰ আন এটা কক্ষপথলৈ প্ৰেৰণ কৰা হ’ব বুলি ইছৰোৱে জানিবলৈ দিয়ে।

Apply Now

লগতে পঢ়ক: গণেশ চতুর্থী বিশেষ: গণেশ পূজাত বিশেষ তাৎপৰ্যপূৰ্ণ ৰিদ্ধি-সিদ্ধি; জানেনে তেওঁলোক কোন?

ইতিমধ্যে ইছৰোৱে পৃথিৱীৰ পৰা বহু দূৰৈৰ মহাজাগতিক বস্তুৰ দিশলৈ মহাকাশযান প্ৰেৰণ কৰিছে। পৃথিৱীৰ কক্ষপথৰ পৰা মহাকাশযান পঠিয়াবলৈ এইবাৰ পঞ্চমবাৰৰ বাবে সফল হৈছে। ইয়াৰ পূৰ্বে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে চন্দ্ৰযান-৩ ত একে সফলতা লাভ কৰিছিল।

যোৱা ২ ছেপ্টেম্বৰত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা সূৰ্য্যৰ পিনে উৰা মাৰিছিল আদিত্য-এল১। ইয়াৰ পিছত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ অধীনত সৌৰ যানখন ইয়াৰ চাৰিওফালে ঘূৰি আছিল। পৃথিৱীৰ ওচৰত মুঠ পাঁচটা কক্ষপথ পৰিৱৰ্তনৰ পিছত অৱশেষত ই ইয়াৰ আকৰ্ষণৰ পৰা হাত সাৰিবলৈ সক্ষম হয়।

Aditya-L1 Mission:
Off to Sun-Earth L1 point!

The Trans-Lagrangean Point 1 Insertion (TL1I) maneuvre is performed successfully.

The spacecraft is now on a trajectory that will take it to the Sun-Earth L1 point. It will be injected into an orbit around L1 through a maneuver… pic.twitter.com/H7GoY0R44I

— ISRO (@isro) September 18, 2023

আদিত্য-এল১ সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ L1 বিন্দুত উপস্থিত হৈ সূৰ্য্যক নিবিড়ভাৱে নিৰীক্ষণ কৰিব। পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব হ’ব ১৫ লাখ কিলোমিটাৰ। ইয়াৰ ফলস্বৰূপে ভাৰতীয় বিজ্ঞানীসকলে সূৰ্য্যৰ বিষয়ে বহুতো অজ্ঞাত তথ্য জানিব পাৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd