• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টী-২০ বিশ্বকাপত আফগানিস্তানৰ চমক; নিউজিলেণ্ডক ৮৪ ৰানত পৰাস্ত কৰি আৰম্ভ কৰিলে যাত্ৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2024 10:11 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে পুৱাই আৰু এক অঘটন ঘটালে আফগানিস্তানে। টী-২০ বিশ্বকাপত নিউজিলেণ্ডক পৰাস্ত কৰিলে ৰছিদ খানৰ বাহিনীয়ে। আফগানিস্তানে প্ৰথমে বেটিং কৰি ১৫৯ ৰান সংগ্ৰহ কৰে। ৰহমানুল্লাহ গুৰবাজে ৫৬টা বলত ৮০ ৰান সংগ্ৰহ কৰি দলটোক মজবুত স্থানলৈ নিয়ে। ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে ৭৫ ৰান সংগ্ৰহ কৰিয়ে ইনিংছ সামৰে। টী-২০ বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে এইটোৱেই  নিউজিলেণ্ডৰ প্ৰথম পৰাজয়।

বহুতেই এইবাৰ টী-২০ বিশ্বকাপত আফগানিস্তান দলটোক লৈ সপোন দেখিছে। শনিবাৰে ৰছিদ বাহিনীয়ে যিদৰে বেটিং আৰু বলিঙৰ জৰিয়তে নিউজিলেণ্ডৰ ওপৰত আধিপত্য বিস্তাৰ কৰিলে, সেই সপোন বাস্তৱায়িত হোৱা দেখিবলৈ পোৱা যাবও পাৰে। আফগানিস্তানৰ মূল শক্তি হৈছে তেওঁলোকৰ স্পিন বলিং। কিন্তু শনিবাৰে গুৰবাজ, ফাজালহাক ফাৰুকিহঁতে বেটিং আৰু পেচ বলিঙেৰেও বিপক্ষক চাপত ৰাখে।

Apply Now

নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে টছত জয়লাভ কৰি আফগানিস্তানক বেটিং কৰিবলৈ পঠিয়ায়। তেওঁ গম পোৱা নাছিল যে দুই অ’পেনাৰ গুৰবাজ আৰু ইব্ৰাহিম জাদ্ৰানে ১০০ ৰানৰ যুটী বান্ধিব। ১৪.২ অভাৰলৈকে কোনো উইকেট ল’ব নোৱাৰিলে ট্ৰেণ্ট ব’ল্ট বাহিনীয়ে।

আফগান অ’পেনাৰ দুগৰাকীয়ে ১০৩ ৰানৰ যুটী বান্ধে। ৪৪ ৰান সংগ্ৰহ কৰি আউট হয় ইব্ৰাহিম। তিনি নম্বৰ স্থানত আহি ২২ ৰান সংগ্ৰহ কৰে আজমাতুল্লাহ ওমৰজাই। বাকী বেটছমেনসকলে ৰান নোপোৱাৰ পাছতো আফগানিস্তানে ১৫৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। গুৰবাজে ৫টা ছয় আৰু ৫টা চাৰিৰ সহায়ত ৮০ ৰান সংগ্ৰহ কৰে।

আফগানিস্তানে ১৫৯ ৰান সংগ্ৰহ কৰা পিটচখনত নিউজিলেণ্ডে ৭৫ ৰানতে আউট হৈ যাব বুলি ভবা নাছিল। প্ৰথম বলত ফাৰুকিয়ে ফিন এলেনক বল্ড কৰে। উইলিয়ামছন, ডেৰিল মিচেলেও ৰান নাপালে। ফাৰুকিয়ে চাৰিটা উইকেট দখল কৰে। ৰছিদ খানেও ৪টা উইকেট দখল কৰে। মহম্মদ নবীয়ে ২টা উইকেট দখল কৰে। নিউজিলেণ্ডৰ ইনিংছ ১৫.২ অভাৰতে সমাপ্ত হয়। নবীন উল হকে ৩ অভাৰত ১০ ৰানতকৈ বেছি ৰান নিদিলে। পঞ্চম বলাৰ নূৰ আহমেদে এটা অভাৰতকৈ বেছি বল কৰা নাছিল।

এইবাৰৰ টী-২০ বিশ্বকাপৰ গ্ৰুপ চিত আছে আফগানিস্তান আৰু নিউজিলেণ্ড। সেই গ্ৰুপটোৰ ভিতৰত আছে ৱেষ্ট ইণ্ডিজ, উগাণ্ডা আৰু পাপুয়া নিউগিনি। দুখন মেচত জয়লাভ কৰি গ্ৰুপত শীৰ্ষস্থান দখল কৰে আফগানিস্তানে। দ্বিতীয় স্থানত ৱেষ্ট ইণ্ডিজ। তেওঁলোকে দুই পইণ্ট লাভ কৰে। উগাণ্ডাইও লাভ কৰে দুই পইণ্ট। পাপুয়া নিউগিনিয়ে এতিয়াও কোনো পইণ্ট লাভ কৰা নাই। নিউজিলেণ্ডেও প্ৰথমখন মেচত পৰাস্ত হৈ কোনো পইণ্ট লাভ কৰা নাই। ১৩ জুনত নিউজিলেণ্ডৰ পৰৱৰ্তী মেচ হ’ব ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে। ১৪ জুনত পাপুয়া নিউগিনিৰ বিৰুদ্ধে খেলিব আফগান দলে।

Afghanistan put on a clinic with bat and ball against New Zealand to continue their winning momentum 🙌#T20WorldCup | #NZvAFG | 📝 https://t.co/v8noS59c1q pic.twitter.com/du3txa6GL0

— ICC (@ICC) June 8, 2024

এই বিশ্বকাপত ইতিমধ্যে আমেৰিকাই পাকিস্তানক পৰাস্ত কৰিছে। কানাডাৰ বিৰুদ্ধে আয়াৰলেণ্ড পৰাস্ত হয়। এইবাৰ আফগানিস্তানৰ বিৰুদ্ধে পৰাস্ত হ’বলগীয়া হ’ল নিউজিলেণ্ড। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd