• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনশিমলুত উচ্ছেদ অভিযান চলোৱা ১০ মাহৰ পিছতো নীৰৱ চৰকাৰ; হাহাকাৰ দুৰ্ভগীয়া পৰিয়ালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2018 9:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৮ চনৰ ২৮ নৱেম্বৰত দিচপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহ গাঁও জনশিমলুত খিলঞ্জীয়া লোককে অবৈধ বেদখলকাৰী বুলি অভিযোগ উত্থাপন কৰি ৬০ টা পৰিয়ালৰ বাসগৃহৰ ওপৰত চৰকাৰ তথা প্ৰশাসনে নিৰ্মমভাৱে চলাইছিল উচ্ছেদ অভিযান। যি উচ্ছেদ অভিযানে সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল।

উল্লেখযোগ্য যে বৰ্বৰোচিত ভাৱে চলোৱা এই উচ্ছেদ অভিযানে ১০ মাহ অতিক্ৰম কৰাৰ পিছতো কিন্তু বৰ্তমানলৈকে চৰাকৰে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে।

Apply Now

ফলত চৰকাৰক এই কথা পুনৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যৰে জনশিমলুবাসীয়ে দেওবাৰে অৰ্থাৎ ৯ ছেপ্টেম্বৰত  চৰকাৰৰ সুমতি বিচাৰি অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ এক ধৰ্মসভা আয়োজন কৰে।

লগতে এই সভাতে জনশিমলু সমিতি আৰু জনশিমলু মহিলা জনকল্যাণ সমিতিৰ নেতৃত্বত উপস্থিত প্ৰায় ৪ শতাধিক লোকে জনশিমলু ৰাজহ গাঁৱৰ স্থায়ী সীমা নিৰ্ধাৰণৰ দাবীৰে ৫০ টা শংখ একেলগে বজাই  পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সংকল্প লয়।

এই সন্দৰ্ভত সমিতিৰ উপদেষ্টা তৰুণ চন্দ্ৰ ডেকাই কয়, ‘আমি শান্তিপ্ৰিয় মানুহ, আৰু সেয়ে যোৱা দহমাহে কাকুতি-মিনতি, ধৰ্মীয় সভাৰ জৰিয়তে প্ৰতিবাদ, আবেদন নিবেদন কৰিলো। আজি শংখনিনাদ অনুষ্ঠানৰ মাজেৰে আমি চৰকাৰক সকীয়াই দিছো যে জনশিমলু ৰাজহ গাওঁ হোৱা সত্ত্বেও যি বৰ্বৰ তথা অবৈধ উচ্ছেদ ইয়াত চলালে, তাৰ ক্ষতিপূৰণ তথা গাওঁৰ স্থায়ী সীমা নিৰ্ধাৰণৰ কাম শীঘ্ৰেই সম্পন্ন কৰক। অন্যথা আমি আৰু এনেদৰে নৰমপন্থাৰে প্ৰতিবাদ নকৰো।’

উল্লেখযোগ্য যে জনশিমলুত উচ্ছেদিত লোকসকলৰ ক্ষতিপূৰণৰ বাবে চৰকাৰে তদানীন্তন বনমন্ত্ৰীৰ অধ্যক্ষতাত এখন সমিতিও গঠন কৰি দিছিল।

প্ৰাপ্ত তথ্য অনুসৰি উক্ত সমিতিখনে প্ৰস্তুত কৰা প্ৰতিবেদনৰ ভিত্তিত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি ৰাজহ মন্ত্ৰীজনে জনোৱাৰ পিছতো আজিপৰ্যন্ত কোনো বিভাগীয় লোকে ঠাই পৰিদৰ্শন পৰ্যন্ত কৰিবলৈ নাহিল।

আনকি খোদ স্থানীয় বিধায়কগৰাকীয়ে এইপৰ্যন্ত এবাৰো খবৰ নল’লে গাওঁবাসীৰ, ইয়াক লৈও ক্ষোভিত হৈ পৰিছে জনশিমলুবাসীৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd