• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৬ বছৰ লিভ-ইন ৰিলেশ্যনশ্বিপত থকাৰ পাছত ধৰ্ষণৰ অভিযোগ! যুৱতীক ধমক উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2025 3:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহৰ প্ৰতিশ্ৰুতিৰে ১৬ বছৰ একেলগে থকাৰ পাছত যৌন নিৰ্যাতনৰ অভিযোগ! উভয় পক্ষৰ যুক্তি শুনি উচ্চতম ন্যায়ালয়ে গোচৰটোত অভিযুক্ত যুৱকজনক দোষমুক্ত কৰে। একে সময়তে গোচৰটোৰ গ্ৰহণযোগ্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল।

এগৰাকী যুৱতীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যে তেওঁৰ প্ৰাক্তন সংগীয়ে বিবাহৰ অজুহাতত তেওঁক ১৬ বছৰ ধৰি সহবাস কৰি যৌন নিৰ্যাতন চলাইছিল। উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। তাত আদালতৰ যুক্তি হ’ল বিবাহৰ প্ৰতিশ্ৰুতি ভংগ কৰিলে ধৰ্ষণ নহয়। যদিহে প্ৰমাণিত হয় যে অভিযুক্তই সম্পৰ্কৰ আৰম্ভণিৰে পৰাই নিজৰ সংগীক বিয়া কৰাব বিচৰা নাছিল, কিন্তু বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে যৌন সম্পৰ্ক স্থাপন কৰিছিল, তেতিয়াহে ধৰ্ষণৰ গোচৰ ৰুজু কৰিব পৰা যাব। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ে যুৱকজনৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ খাৰিজ কৰে।

Apply Now

ন্যায়াধীশ দুগৰাকীৰ মতে, “যুৱতীগৰাকীৰ অভিযোগত বিভিন্ন অসামঞ্জস্যতা আছে।যুৱতীগৰাকীয়ে কয় যে দুয়োৰে ১৬ বছৰ ধৰি যৌন সম্পৰ্ক আছিল! ইয়াৰ পৰা স্পষ্ট যে সেই সম্পৰ্কত কেতিয়াও বলপূৰ্বক বা প্ৰতাৰণা কৰাৰ কোনো কাণ্ড হোৱা নাছিল।” উচ্চতম ন্যায়ালয়ে আৰু লক্ষ্য কৰে যে অভিযোগকাৰীগৰাকী এগৰাকী উচ্চ শিক্ষিত, সক্ষম মহিলা। আদালতে লগতে কয় যে তেওঁ প্ৰতিবাদ অবিহনে এক দশকৰো অধিক সময় যৌন নিৰ্যাতন সহ্য কৰাটো বিশ্বাস কৰিব নোৱাৰা কথা।

মন কৰিবলগীয়া যে, ২০২২ চনত তেওঁৰ সংগীয়ে আন এগৰাকী মহিলাক বিয়া কৰাই বাবে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল মহিলাগৰাকীয়ে। অভিযোগকাৰীয়ে দাবী কৰা মতে, মিছা প্ৰতিশ্ৰুতিৰ অধীনত একেলগে থকাৰ উপৰিও ২০০৬ চনৰ এদিন নিশা অভিযুক্তই তেওঁৰ ঘৰত গোপনে যৌন সম্পৰ্ক স্থাপনৰ চেষ্টা কৰিছিল। অৱশ্যে তাৰ পাছতো অভিযুক্ত আৰু অভিযোগকাৰীৰ ঘনিষ্ঠতা অক্ষত অৱস্থাত থাকিল! সমগ্ৰ ঘটনাৰ শুনানি গ্ৰহণ কৰি আদালতে যুক্তি দিছিল যে যুৱকজনৰ কোনো কু-অভিপ্ৰায়ৰ কোনো প্ৰমাণ নাই। বৰঞ্চ যুৱতীগৰাকীৰ সন্মতি সাপেক্ষে তেওঁ যুৱতীগৰাকীৰ সৈতে সম্পৰ্কত আছিল। আদালতে অনুমান কৰিছে যে যুৱতীগৰাকীয়ে তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটাৰ পাছত যুৱতীগৰাকীয়ে আন এগৰাকী মহিলাক বিয়া কৰাই ধৰ্ষণৰ অভিযোগ দাখিল কৰে। শেষত উচ্চতম ন্যায়ালয়ে কয় যে ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ চলাই থকাটো কেৱল অন্যায়েই নহয়, আইনৰ অপব্যৱহাৰো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd