• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘২১ৰ পাছত হিমন্ত বিশ্ব শৰ্মা এটা ফিউজ বাল্ব হৈ জালুকবাৰীত পৰি থাকিব’ : ৰাইজৰ দলৰ সম্পাদক অনুপ শইকীয়া

মন্ত্ৰী হিমন্ত অসমৰ আটাইতকৈ মিছলীয়া কলংকিত ব্যক্তিলৈ ৰূপান্তৰিত হৈছে : অনুপ শইকীয়া

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 11, 2021 7:56 pm

1 min read

1.1k
VIEWS
Share on FacebookShare on Twitter

‘হিমন্ত বিশ্ব শৰ্মা প্ৰথমে ছাত্ৰ নেতা, তাৰ পাছত আলফা, আলফাৰ পৰা ৰাজনীতিৰ ক্ষেত্ৰখনলৈ তাৰ পাছত তেওঁ অসমৰ আটাইতকৈ মিছলীয়া কলংকিত ব্যক্তিলৈ ৰূপান্তৰিত হৈছে। অনাগত দিনত অৰ্থ্যাৎ ২১ ৰ পাছত হিমন্ত বিশ্ব শৰ্মা এটা ফিউজ বাল্ব হৈ জালুকবাৰীত পৰি থাকিব।‘ মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে অসম একত্ৰিত যুৱ পৰিষদে সম্বৰ্দ্ধনা জনোৱাৰ পাছত এইদৰে সৰৱ হৈ পৰে ৰাইজৰ দলৰ সম্পাদক অনুপ শইকীয়া।

ইপিনে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে এখনো আসনতে জয়লাভ নকৰে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অনুপে।

তেওঁ কয় ‘মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোন হয়? তেওঁ এনেধৰণৰ মন্তব্য দিবলৈ অসমৰ ৰাইজৰ অভিভাৱক নেকি? তেওঁৰ মতে অসমৰ ৰাইজে ভোট নিদিয়ে। অসমৰ মানুহে বিচাৰ কৰিব কোনে কিমানখন আসন লাভ কৰে। ৰাইজৰ দল জাতীয় পৰিষদে কিমানখন আসন লাভ কৰিলে ক’বলৈ তেওঁ জ্যোতিষী নেকি?’

এইবাৰ নিৰ্বাচনত ইভিএমৰ সলনি বেলট বাকচৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনায় তেওঁ লগতে কয় ‘ইভিএম টেম্পাৰিঙ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, এই কথা নুই কৰিব নোৱাৰি।‘

ইপিনে, মন্ত্ৰীগৰাকীয়ে অখিল গগৈক মাওবাদীৰ সৈতে জড়িত কৰিব বিচৰাক লৈয়ো শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘অসমৰ ৰাইজে নিশ্চিতভাৱে জানে যে আচলতে অখিল গগৈ মাওবাদী নে হিমন্ত বিশ্ব শৰ্মা আলফা।‘

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd