• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৭ সাংসদৰ পিছত এইবাৰ ২৮ বিধায়ক! পঞ্জাবত আপ চৰকাৰত ভাঙোনৰ ইংগিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:53 am
69
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাত এতিয়া আম আদমি পাৰ্টিৰ বাবে সংকটৰ সময় আহি পৰিছে। একেলগে সাতগৰাকী সাংসদে বিজেপিত যোগদান কৰাৰ ফলত ৰাজ্যসভাত আপৰ সাংসদৰ সংখ্যা এতিয়া মাত্ৰ তিনিজনলৈ হ্ৰাস পাইছে। এই পৰিস্থিতিৰ মাজতে পঞ্জাবত আপ চৰকাৰ ভাঙি যোৱাৰ সম্ভাৱনাই দেখা দিছে। শেহতীয়াকৈ হাৰিয়ানাৰ আপৰ প্ৰাক্তন ৰাজ্যিক সভাপতি নবীন জয়হিন্দে দাবী কৰিছে যে পঞ্জাবৰ ২৮ গৰাকী বিধায়কে একেলগে দল ত্যাগ কৰাৰ সম্ভাৱনা আছে। তেওঁৰ মতে পঞ্জাবত আম আদমি পাৰ্টিৰ ভিতৰচৰাত অসন্তুষ্টিয়ে চৰম পৰ্যায় পাইছেগৈ।

জয়হিন্দৰ এই দাবীয়ে পঞ্জাবৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁ অভিযোগ কৰিছে যে যি সকল সাংসদে দল এৰিছে তেওঁলোকৰ সৈতে অতি বেয়া ব্যৱহাৰ কৰা হৈছিল আৰু আনকি কেইবাজনকো মাৰধৰ পৰ্যন্ত কৰা হৈছে। এই ঘটনাসমূহৰ বাবে দলটোৰ ভিতৰত বিদ্ৰোহৰ জুই জ্বলিছে। জয়হিন্দৰ মতে এই পৰিস্থিতি কেৱল ৰাজ্যসভাতে সীমাবদ্ধ হৈ থকা নাই, ই এতিয়া পঞ্জাব বিধানসভালৈও বিয়পি পৰিছে। ২৮ গৰাকী বিধায়কে ইতিমধ্যে দল ত্যাগ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বুলি তেওঁ উল্লেখ কৰিছে।

Apply Now

ইফালে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাঘৱ চাড্ডাই কালি বিজেপিত যোগদান কৰিছে। তেওঁৰ সৈতে আম আদমি পাৰ্টিৰ আন ছয়গৰাকী নেতাও গেৰুৱা শিবিৰত চামিল হৈছে। ৰাঘৱ চাড্ডাই জানিবলৈ দিয়া মতে স্বাতী মালিৱাল, হৰভজন সিং, অশোক মিত্তল, সন্দীপ পাঠক, ৰাজিন্দৰ গুপ্তা আৰু বিক্ৰম সাহানীয়েও বিজেপিত নাম লিখাইছে। ইয়াৰ অৰ্থ হ’ল আপৰ মুঠ ১০ গৰাকী ৰাজ্যসভাৰ সাংসদৰ ভিতৰত সাতগৰাকীয়েই এতিয়া বিজেপিৰ অংশ। এই ঘটনাই দলটোৰ অন্তৰ্কন্দল স্পষ্ট কৰি তুলিছে।

ৰাজনৈতিক সংকটৰ মাজতে আপৰ পঞ্জাবৰ তত্ত্বাৱধায়ক মণীষ চিছোদিয়াই শুকুৰবাৰে গুজৰাটৰ পৰা উভতি আহি দিল্লী বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিবলৈ যায়। আনহাতে পঞ্জাবৰ মন্ত্ৰী বলবীৰ সিঙে শনিবাৰে পুৱা দিল্লীত চিছোদিয়াক লগ কৰে। এই সাক্ষাৎকালত বলবীৰ সিঙে অভিযোগ কৰে যে বিজেপিয়ে পঞ্জাবত অপাৰেচন লোটাস চলাইছে আৰু সাংসদসকলে পঞ্জাবৰ জনসাধাৰণৰ সৈতে বিশ্বাসঘাটকতা কৰিছে। নবীন জয়হিন্দৰ শেহতীয়া দাবীয়ে পঞ্জাবৰ ৰাজনৈতিক মহলত অস্থিৰতা আৰু অধিক বৃদ্ধি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd