• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰঞ্জীৰ প্ৰস্তুতিঃ ৰাহানেৰ পিছত এইবাৰ উপেক্ষিত পূজাৰাৰ পোষ্ট, উৎসুক অনুৰাগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2023 5:43 pm
Cheteshwar Pujara India vs South Africa
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ইতিমধ্যে শোচনীয় পৰাজয়বৰণ কৰিছে ভ্ৰমণকাৰী ভাৰতে। ভাৰতৰ এই পৰাজয়ৰ পাছতে ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীসকলে হতাশা প্ৰকাশ কৰিছে। মূলতঃ শৃংখলাটোৰ বাবে দল নিৰ্বাচনক লৈ উঠিছে প্ৰশ্ন।

বিশেষকৈ দুই তেষ্ট বিশেষজ্ঞ আজিংক্যা ৰাহানে আৰু চেটেশ্বৰ পূজাৰাক দলত স্থান নিদিয়াক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। দক্ষিণ আফ্ৰিকাৰ বাউন্সী উইকেটত এই দুই অভিজ্ঞ তাৰকাৰ স্থানত যুৱ খেলুৱৈক প্ৰাধান্য দিয়াক লৈ বিশেষজ্ঞসকলে শংকা প্ৰকাশ কৰিছিল।

Apply Now

এই শংকা যে অমূলক নাছিল ভাৰতৰ কালিৰ পৰাজয়ে সেয়া প্ৰমাণ কৰিলে। এই পৰাজয়ৰ পিছত দলৰ পৰা ৰাহানে-পূজাৰাক বাদ দিয়া বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে।

বিগত দুবাৰৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ধাৰাবাহিকভাৱে প্ৰৱেশ কৰিছে ভাৰতে। অৱশ্যে দুয়োবাৰেই ৰানাৰ্ছ আপতে সন্তুষ্ট থাকিবলগীয়া হৈছে ভাৰতীয় দল। আনহাতে চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (২০২৩-২০২৫)ত কালিৰ শোচনীয় পৰাজয়ৰ ফলত ভাৰত এতিয়া পঞ্চম স্থানলৈ অৱনমিত হৈছে।

সেয়ে দলত ৰাহানে আৰু পূজাৰাৰ দৰে অভিজ্ঞ বেটাৰৰ অনুপস্থিতিত আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে। ভাৰত এতিয়া দক্ষিণ আফ্ৰিকা শৃংখলাত ব্যস্ত থকাৰ বিপৰীতে ৰাহানে-পূজাৰা ব্যস্ত দেশৰ মাটিত বেটিং অনুশীলনত।

দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ নিৰ্বাচিত নোহোৱাৰ বাবে দুয়োগৰাকী তাৰকা বেটাৰ এতিয়া ৰঞ্জি ট্ৰফীৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। এই অনুশীলনৰ পৰাই কালি এক ভিডিঅ’ পোষ্ট কৰিছিল ৰাহানেই। তাৰকা বেটাৰগৰাকীয়ে পোষ্টটোৰ লগত লিখিছিল, ‘বিশ্ৰামৰ সময় নাই।’

No rest days 🏏 pic.twitter.com/EM218MqMhK

— Ajinkya Rahane (@ajinkyarahane88) December 29, 2023

আজিংক্যা ৰাহানেৰ এক ভিডিঅ’ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ৰাহানেৰ পিছতে আজি পূজাৰায়ো সামাজিক মাধ্যমত  অনুৰূপ এক পোষ্ট কৰ। পোষ্টটোত বেটিং অনুশীলনৰ এটা ভিডিঅ’দি কেপচনত লিখা, “ৰঞ্জী ট্ৰফী প্ৰিপাৰেচন মোড”।

 

Ranji Trophy prep mode: 🔛 pic.twitter.com/kFN3PyvTHx

— Cheteshwar Pujara (@cheteshwar1) December 30, 2023

ৰাহানেৰ দৰে পূজাৰাৰ পোষ্টটোৱেও ব্যাপক চৰ্চা লাভ কৰে। নিশ্চিতভাৱে ৰাহানে আৰু পূজাৰা টেষ্ট ফৰ্মেটত দীৰ্ঘদিন ধৰি ভাৰতীয় বেটিং লাইন আপৰ নিৰ্ভৰযোজ্ঞ বেটাৰ হিচাপে পৰিগণিত হৈ আহিছে। কিন্তু দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পৰা দুয়ো বাদ পৰাৰ পিছতে প্ৰশ্ন উদয় হৈছিল, সমাপ্তি ঘটিল নেকি দুই তাৰকাৰ কেৰিয়াৰ!

কিন্তু দক্ষিণ আফ্ৰিকাৰ বিপক্ষে চেঞ্চুৰিয়ান টেষ্টত হতাশাজনক পৰাজয়ৰ পিছত ভাৰতীয় দলত ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীসকলে পুনৰ ৰাহানে আৰু পূজাৰাৰ প্ৰয়োজনীয়তাক লৈ মুখৰ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd