• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাটিৰ নামজাৰিক কেন্দ্ৰ কৰি বোকাখাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি; থানাত গোচৰ

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
October 8, 2021 11:18 am
IMG_20211008_095459

ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বৃহস্পতিবাৰৰ দিনা মাটিৰ নামজাৰি কৰাক লৈ এক উত্তপ্ত পৰস্থিতিৰ সৃষ্টি হয়।

মিনু দাস নামৰ এগৰাকী মহিলাৰ নামত পিতৃয়ে দি যোৱা দুবিঘা মাটি তেওঁৰ অজ্ঞাতে ভাতৃ অনিল বৰাৰ নামত ২০১২ চনতে নামজাৰি কৰা বুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযোগ তোলে মিনু দাস নামৰ মহিলা গৰাকীয়ে।

বৃহস্পতিবাৰৰ দিনা এই সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়া কার্যালয়লৈ অহা মিনু দাসৰ কাৰ্যালয়ৰ লাট মণ্ডল জিতেন পেগুৰ লগত বাকবিতণ্ডাৰ সৃষ্টি হয়।

Apply Now

মিনু দাসৰ মতে তেওঁৰ পিতৃয়ে দি যোৱা ২ বিঘা মাটি নামজাৰি কৰাৰ নামত মিছা প্রলোভনেৰে চহী কৰাই মহিলাগৰাকীৰ অজ্ঞাতে লাট মণ্ডলে বেলেগ ব্যক্তিক তেওঁৰ মাটি বিক্ৰী কৰি দিয়ে।

অৱশেষত উক্ত মাটি ফ’ৰ লেন নিৰ্মাণৰ বাবে অধিগ্ৰহণ হোৱাত মাটিৰ ক্ষতিপূৰণ পোৱাৰ পৰাও বঞ্চিত হয় মিনু দাস ৷

অৱশেষত বৃহস্পতিবাৰে মহিলাগৰাকীয়ে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে।

মিনু দাসৰ মতে তেওঁৰ অজ্ঞাতে পৈতৃক সম্পত্তিৰ ভাগৰ ২ বিঘা মাটি তেওঁৰ ভাতৃ অনিল বৰাৰ নামত গোপনে নামজাৰি কৰি ফ’ৰ লেনৰ টকা লাট মণ্ডলে আত্মসাৎ কৰিছে ৷

লাট মণ্ডল জিতেন পেগুৱে মহিলাগৰাকীক ৪ লাখ টকা প্রলোভন দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে মিনু দাসে ৷

বিপৰীতে মিনু দাসে ভাতৃ অনিল বৰাক পৈতৃক ভূমি নামজাৰি হস্তান্তৰ কৰিছিল বুলি লাট মণ্ডল জিতেন পেগুৱে জানিবলৈ দিয়ে।

ঘটনাৰ পিচত বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াই কাৰ্যালয়ত চৰকাৰী ছিঠা বহী, জবানবন্দী ফলা আৰু মণ্ডলক মাৰ-ধৰ কৰাৰ অভিযোগত মিনু দাসৰ বিৰুদ্ধে বোকাখাত থানাত এজাহাৰ দাখিল কৰিছে ৷  

সমান্তৰালভাৱে মিনু দাসেও তেওঁ অপদস্থ কৰা বুলি এজাহাৰ দাখিল কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বোকাখাতৰ মহকুমাধিপতি নেহা যাদৱ কাৰ্যালয়ত উপস্থিত হৈ বিষয়টোৰ বুজ লৈ বিভাগীয় তদন্তৰ বাবে নিৰ্দেশ দিয়ে ৷ 

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd