• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Marburg Virus: এইবাৰ মাৰবাৰ্গ ভাইৰাছৰ আতংক! প্ৰতি ১০ জনৰ ভিতৰত ৮জনৰ মৃত্যুৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2022 11:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Marburg virus কৰোনা ভাইৰাছ মাঙ্কিপক্সৰ পিছত এইবাৰ নতুন মাৰবাৰ্গ ভাইৰাছৰ আতংক বিয়পিছে। মাৰবাৰ্গ ভাইৰাছৰ সংক্ৰমণৰ ফলত ঘানাত ইতিমধ্যে দুজন লোকৰ মৃত্যু হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে সাৱধান নহ’লে সহজেই এই ভাইৰাছ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে। ইয়াত মৃত্যুৰ হাৰ ৮৮ শতাংশলৈকে হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ইবোলাৰ দৰে সংক্ৰামক এই ভাইৰাছ বাদুলিৰ পৰা আহে। ই মানৱ শৰীৰৰ ফ্লুইডৰ জৰিয়তে মানুহৰ মাজত বিয়পে।

এক পৰিসংখ্যা অনুসৰি মাৰবাৰ্গ ভাইৰাছৰ মৃত্যুৰ হাৰ ২৪-৮৮ শতাংশ। গতিকে এই ভাইৰাছ বিয়পিলে কৰ’নাৰ দৰে পৰিস্থিতি সৃষ্টি কৰিব পাৰে।

Apply Now

যোৱা ২৬ জুনত এজন লোকক ঘানাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পিছদিনা তেওঁৰ মৃত্যু হয়। আনহাতে, ২৮ জুনত ভৰ্তি হোৱাৰ দিনাই দ্বিতীয় এজন ব্যক্তিৰ মৃত্যু হয়। মাৰবাৰ্গ ভাইৰাছটো প্ৰআথমিকভাৱে দুয়োজন লোকৰ দেহত পোৱা গৈছিল যদিও নমুনাবোৰ ছেনেগাললৈ প্ৰেৰণ কৰা হৈছিল। পিছত তাতো পজিটিভ ৰিপ’ৰ্ট আহে। মাৰবাৰ্গ ভাইৰাছ যিহেতু অত্যন্ত সংক্ৰামক সেয়ে দুয়োজন লোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ সংস্পৰ্শলৈ অহা ৯০ জন লোকক নিৰীক্ষণত ৰখা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই জানিবলৈ দিছে যে যোৱা বছৰৰ আগষ্টত পশ্চিম আফ্ৰিকাৰ গিনিত এজন মাৰবাৰ্গ ৰোগী ধৰা পৰিছিল। তাৰ পাঁচ সপ্তাহৰ পিছত গিনি চৰকাৰে ইয়াক মহামাৰী বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে ভাইৰাছটো এংগোলা, কঙ্গো, কেনিয়া, দক্ষিণ আফ্ৰিকা আৰু উগাণ্ডাত ধৰা পৰিছিল।

লগতে পঢ়ক: আৱৰ্জনাৰ গাড়ীত মোডী-যোগীৰ ফটো; ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই চাকৰি গ’ল চাফাইকৰ্মীৰ

মাৰবাৰ্গ ভাইৰাছৰ লক্ষণ কি? যেতিয়া ভাইৰাছটো মানৱ শৰীৰত প্ৰৱেশ কৰে তেতিয়া ২-২১ ধৰি ইনকিউবেচন ম্যাদ থাকে। তাৰ পিছত বিভিন্ন লক্ষণ দেখা দিয়ে। সাধাৰণতে, এই ক্ষেত্ৰত জ্বৰ, মুৰৰ বিষ, মূৰ ঘূৰোৱা, বমি অহা, বুকুৰ বিষ, ডিঙিৰ বিষ, তলপেটত বিষ, ডায়েৰিয়া হ’ব পাৰে। যদি লক্ষণবোৰ অলপ পুৰণি হয়, জণ্ডিচ, অগ্নাশয় ফুলা, হঠাতে ওজন হ্ৰাস, যকৃতৰ সমস্যা, মাল্টি অৰ্গেন বিকল হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd