• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত ভাৰাতীয়া মহিলাৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক, গুলী-পিস্তল ||Video||

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 16, 2019 4:04 pm
3.8k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে সন্ধিয়া গ্ৰেনে’দ বিস্ফোৰণে কঁপাই তোলাৰ পিছতে আৰম্ভ আৰক্ষীৰ অভিযানত গুৱাহাটীত ভাৰা থকা এগৰাকী মহিলাৰ ঘৰত বৃহস্পতিবাৰে উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰককে ধৰি এটা ৯ এম এম পিস্তল আৰু ২৫ জাঁই সক্ৰিয় গুলী।

পাঞ্জাবাৰীৰ নামঘৰ পথত ভাৰা থকা জাহ্নৱী শইকীয়া নামৰ মহিলাগৰাকীক বৰ্তমান ঘৰৰ ভিতৰতে আৰক্ষীয়ে জেৰা চলাই আছে।

লগতে পঢ়ক– আটক আলফা নেতা প্ৰাণময় ৰাজগুৰু, মহিলা; পাঞ্জাবাৰীত অভিযান সমাপ্ত মহানগৰ আৰক্ষীৰ

ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাত থকা আলফা নেতা প্ৰাণময় ৰাজগুৰু মহিলাগৰাকীৰ ঘৰলৈ প্ৰায়েই আহে বুলি জানিব পৰা গৈছে। অসমৰ একাংশ সংবাদ মাধ্যমলৈ ফ’ন কৰি বুধবাৰৰ বিস্ফোৰণৰ দায়িত্ব ইতিমধ্যে স্বীকাৰ কৰিছে আলফা (স্বাধীন) সেনাপ্ৰধান পৰেশ অসমে।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ মাজত গ্ৰেনে’দ বনোৱা সামগ্ৰীও আছে। ইতিমধ্যে অভিযানস্থলীত উপস্থিত হোৱা ফৰেনচিক দলক সামগ্ৰীসমূহ ফৰেনচিক পৰীক্ষাৰ বাবে আৰক্ষীয়ে চমজাই দিছে।

পুৱা ৪ বজাৰ পৰাই চলি থকা অভিযানটোত মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়কে ধৰি বহু জ্যেষ্ঠ বিষয়াও উপস্থিত আছে।

১০ দিন পূৰ্বে ঘৰটো ভাৰালৈ লোৱা মহিলাগৰাকী শিৱসাগৰৰ আমোলাপত্তিত বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ অভিযান আবেলি চাৰি বজালৈকে অব্যাহত আছে।

অধিক খবৰৰ বাবে অপেক্ষা কৰি থকা হৈছে।

Recent News

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd