• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মণিপুৰৰ পিছত এইবাৰ নাগালেণ্ড : সেনাৰ কনভয়ত ভয়ংকৰ আইইডি বিস্ফোৰণ, ১ জন জোৱান ছহিদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2026 6:05 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত অসম ৰাইফলছৰ কনভয়ত হোৱা আক্ৰমণৰ ঠিক এসপ্তাহ পিছতেই এইবাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। নাগালেণ্ডৰ চুমৌকেডিমা জিলাৰ সুখোভিত হোৱা এক সন্দেহযুক্ত আইইডি বিস্ফোৰণৰ ফলত অসম ৰাইফলছৰ এজন জোৱান শ্বহীদ হৈছে আৰু আন চাৰিগৰাকী গুৰুতৰভাৱে আহত হৈছে।

নিহত জোৱানজনৰ নাম হাৱিলদাৰ মহম্মদ ইকবাল। তেওঁ ২৮ নং অসম ৰাইফলছত কৰ্মৰত আছিল। দুৰ্ঘটনা সংঘটিত হোৱা ঠাইৰ ওচৰতেই অসম ৰাইফলছৰ প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত। জানিব পৰা মতে, সোমবাৰে বিয়লি জোৱানৰ এটা দলে ডিমাপুৰত থকা প্ৰশিক্ষণ কেন্দ্ৰৰ এটা অংশৰ পৰা সুখোভিৰ আন এটা অংশলৈ গৈ থকাৰ সময়তে এই অতৰ্কিত বিস্ফোৰণটো ঘটে।

Apply Now

এই অঞ্চলটোত দীৰ্ঘদিন ধৰি শান্তি বিৰাজ কৰি থকাৰ বাবে সাধাৰণতে তাত কোনো সামৰিক অভিযান চলোৱা নহয়। এই প্ৰশিক্ষণ কেন্দ্ৰটো মূলতঃ তিনিটা অংশত বিভক্ত। জোৱানসকলে অতি সাধাৰণ আৰু দৈনন্দিন কামৰ বাবে এটা অংশৰ পৰা আনটো অংশলৈ যাতায়ত কৰি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।

কোহিমাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে, জোৱানৰ গাড়ী লক্ষ্য কৰি চলোৱা এই বিস্ফোৰণটো এটা আইইডি বিস্ফোৰণ বুলিয়েই প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে। ঘটনাৰ পিছতেই সেনা আৰু আৰক্ষীয়ে সমগ্ৰ এলেকাটো ঘেৰি পেলাইছে। দোষীক বিচাৰি উলিয়াবলৈ আৰু সেই এলেকাত আন কোনো আইইডি লুকুৱাই থোৱা আছে নেকি তাক পৰীক্ষা কৰিবলৈ তন্নতন্নকৈ তালাচী চলোৱা হৈছে। অৱশ্যে বেয়া বতৰৰ বাবে অভিযানত কিছু অসুবিধাৰ সৃষ্টি হৈছে বুলি সেনা সূত্ৰই প্ৰকাশ কৰিছে।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ‘ই এই আক্ৰমণৰ তীব্ৰ গৰিহণা দিছে। সামাজিক মাধ্যমত তেওঁ কয় যে চুমৌকেডিমাৰ এই বোমা বিস্ফোৰণ এক অতি কাপুৰুষোচিত কাম আৰু সভ্য সমাজত ইয়াৰ কোনো স্থান নাই। তেওঁ ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু দোষীক শীঘ্ৰেই চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰা হ‘ব বুলি আশ্বাস দিয়ে। ৰাইজৰ শান্তি আৰু নিৰাপত্তা বিঘ্নিত কৰাৰ কোনো অপচেষ্টাই সফল হ‘বলৈ দিয়া নহ‘ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

সোমবাৰৰ এই বিস্ফোৰণটো মণিপুৰৰ উখৰুল জিলাত অসম ৰাইফলছৰ ওপৰত হোৱা আক্ৰমণৰ ঠিক এসপ্তাহ পিছত সংঘটিত হৈছে। যোৱা ৬ জুলাইত মণিপুৰত সন্দেহযুক্ত উগ্ৰপন্থীয়ে চলোৱা সেই আক্ৰমণত অসম ৰাইফলছৰ দুজন জোৱান শ্বহীদ হৈছিল। হিংসাজৰ্জৰ মণিপুৰত চলিত বৰ্ষত সেয়া আছিল চতুৰ্থটো ডাঙৰ আক্ৰমণ। তাৰ পিছতেই নাগালেণ্ডত হোৱা এই বিস্ফোৰণে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা ব্যৱস্থাক লৈ নতুনকৈ চিন্তাৰ কাৰণ হৈ পৰিছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd