• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“কুকুৰ-মেকুৰী নাখাব!”, চীনত আহি আছে নতুন নিৰ্দেশ, কিয় এই নিৰ্দেশ?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2020 4:23 pm
Dog and Cat
18.2k
VIEWS
Share on FacebookShare on Twitter

চীনত মহামাৰীৰ ৰূপ লোৱা ক’ৰ’না ভাইৰাছৰ আতংকৰ পিছত দেশখনৰ দক্ষিণাঞ্চলৰ শ্বেনঝেন মহানগৰখনৰ প্ৰশাসনে নাগৰিকসকলক নিৰ্বাচিত কিছুমান জীৱ-জন্তুৰ মাংস খাবলৈহে অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে।

এতিয়াও খচৰা ৰূপত থকা আইনখনত মুঠ ৯বিধ জীৱ-জন্তুৰ মাংস খাব পাৰিব বুলি কোৱা হৈছে। অনুমোদিতবোৰৰ ভিতৰত গাহৰিৰ মাংস, মুৰ্গী, গোমাংস আৰু শহাৰ মাংস লগতে মাছো আছে। ভেড়া, গাধ, হাঁহ, ৰাজহাঁহ আৰু পাৰৰ মাংস খোৱাতো অনুমোদন দিয়া হৈছে।

আনহাতে, প্ৰস্তাৱিত আইনখনত কোৱা হৈছে যে কুকুৰ আৰু মেকুৰী নিত্যসংগী পোহনীয়া পশু (pet) হিচাপে গণ্য কৰা হয়। গতিকে এইবোৰ খোৱাটো বন্ধ কৰা হ’ব।

মাংস হিচাপে জনপ্ৰিয় যদিও সাপ, কাছ আৰু ভেকুলীকো অনুমোদিত তালিকাখনৰ বাহিৰত ৰখা হৈছে।

এই সিদ্ধান্তটো লোৱা হৈছে দেশখনৰ কেন্দ্ৰীয় চৰকাৰে যোৱা ১৬ ফেব্ৰুৱাৰিত বন্যপ্ৰাণীৰ ব্যৱসায় আৰু সেইবোৰৰ মাংস খোৱা নিষিদ্ধ কৰাৰ পিছতে।

চীনৰ বিজ্ঞানীসকলে এইটো সন্দেহ প্ৰকাশ কৰি আহিছে যে নতুন মাৰাত্মক ভাইৰাছবিধ জন্তুৰ পৰাই মানুহলৈ বিয়পিল। জানিব পৰামতে, প্ৰথম প্ৰথম ধৰা পৰা সংক্ৰমণ দেখা গৈছিল হুবেই প্ৰদেশৰ ৰাজধানী চহৰ য়ুহানত থকা বন্যপ্ৰাণীৰ বজাৰখনৰ সংস্পৰ্শত থকা লোকৰ গাত। এই বজাৰখনত বাদুলী, সাপ, চিভেট (জহামাল জাতীয় এবিধ জন্তু) আদি বিক্ৰী হয়।

“বনৰীয়া জীৱ-জন্তুৰ মাংস খোৱা নিষিদ্ধ কৰাটো উন্নত দেশবোৰত এটা সাধাৰণ নিয়ম আৰু আধুনিক সভ্যতাৰ এটা সৰ্বজননী প্ৰয়োজন”, জাননীখনত কোৱা হয়।

এই সম্ভাৱনা দেখা গৈছে যে শ্বেনঝেন মহানগৰ প্ৰশাসনৰ এই নীতিয়ে এতিয়া চুবুৰীয়া আন আন মহানগৰকো এই ধৰণৰ আইন কৰিবলৈ উৎসাহিত কৰিব পাৰে।

উল্লেখযোগ্য যে চীনত ২০০০বিধততকৈও অধিক সংৰক্ষিত বন্যপ্ৰাণী আছে।

দেশখনত সংৰক্ষিত বন্যপ্ৰাণীৰ মাংস খালে প্ৰায় ২,৮৫০ ডলাৰ জৰিমনাৰ ব্যৱস্থা আছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd