• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলসাঁকোৰ পিছত এইবাৰ মহানগৰীৰ বৰবাৰী পাহাৰত আৰম্ভ কৰা হৈছে উচ্ছেদ অভিযান

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2023 2:02 pm
বৰবাৰী পাহাৰ, গুৱাহাটী।

বৰবাৰী পাহাৰ, গুৱাহাটী।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলসাঁকো বিলৰ পিছতে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই মহানগৰীৰ বৰবাৰী অঞ্চলৰ শংকৰ নগৰ অঞ্চলত উচ্ছেদ অভিযান আৰম্ভ কৰিছে।

জানিব পৰা মতে, পাহাৰৰ ছটা ঘৰত উচ্ছেদ অভিযান চলাইছিল। তেওঁলোকে অভিযোগ অনুসৰি এক দশকৰো অধিক কাল ধৰি চৰকাৰী ভূমি বেদখল কৰি আছে।

জিএমডি-য়ে পাহাৰত নগৰীয়া বনাঞ্চল প্ৰকল্পৰ পৰিকল্পনা কৰাৰ বাবেই এই উচ্ছেদ অভিযান চলোৱা বুলি কোৱা হৈছে। অৱশ্যে এই পদক্ষেপ সন্দৰ্ভত সবিশেষ সদৰী কৰা হোৱা নাছিল।

Apply Now

লগতে পঢ়কঃ ইজৰাইল-হামাছৰ যুদ্ধ: লেবাননত নিহত ৰয়টাৰ্ছৰ সাংবাদিক; আহত আন ৬ জন সাংবাদিক

এই সন্দৰ্ভত এগৰাকী মহিলা বাসিন্দাই কয় যে বৰ্তমান চৰকাৰে তেওঁলোকক বেদখলকাৰী বুলি অভিহিত কৰিলেও কংগ্ৰেছ শাসনৰ সময়ত তেওঁলোকে সকলো সুবিধা লাভ কৰিছিল।

২০১১ চনৰ পৰাই তেওঁলোকে এই অঞ্চলত বাস কৰি আহিছে আৰু এই বছৰ আগষ্ট মাহত তেওঁলোকক উচ্ছেদ কৰা হ’ব বুলি কোৱা হৈছিল বুলি তেওঁ কয়।

তেওঁ লগতে কয়, “অৱশ্যে আমাক যদিও উচ্ছেদ কৰিব বুলি কোৱা হৈছিল, আমাক কোনো ক্ষতিপূৰণ বা কোনো বিকল্প দিয়া হোৱা নাছিল”।

মহিলাগৰাকীয়ে কয় যে ভাড়াত থকাটোও তেওঁলোকৰ বাবে সম্ভৱ নহয় কিয়নো তেওঁলোকে কোনোমতেহে জীৱন যাপন কৰি আছে আৰু তেওঁৰ স্বামীয়ে অটো চলায়।

লগতে পঢ়কঃ ৰতন টাটাই অনুসৰণ কৰে এই ৮ টা সফলতাৰ মন্ত্ৰ! যিয়ে সলনি কৰিব পাৰে আপোনাৰ জীৱনো

আন এগৰাকী বাসিন্দাই কয় যে পাহাৰৰ ওপৰত নগৰীয়া বনাঞ্চলৰ কোনো যুক্তি নাই কাৰণ পাহাৰখনত ইতিমধ্যে এখন বনাঞ্চল আছে।

তেওঁলোকে বাস কৰা মাটিখিনি তেওঁলোকে আইনীভাৱে কিনা বুলিও দাবী কৰে। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd