• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১১০০ কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিলে Swiggyয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 18, 2020 3:58 pm

1 min read

১১০০ কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিলে Swiggyয়ে
7.1k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংহাৰে বিশ্বৰ অৰ্থনীতিত বেয়াকৈ প্ৰভাৱ পৰাৰ লগতে ইতিমধ্যে লাখ লাখ যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন হেৰুৱাইছে।

মহামাৰী ভাইৰাছবিধৰ বাবে কাম-কাজ স্থবিৰ হৈ পৰাত কোম্পানি সমূহে কিছু সংখ্যক শ্ৰমিকক চাকৰিৰ পৰা উলিয়াই দিয়াৰ লগতে কিছু সংখ্যকৰ দৰমহা কৰ্তন কৰিছে।

এই সংকটৰ সময়তে অনলাইন খাদ্য ডেলিভাৰি প্ৰদানকাৰী সংস্থা ছুইগিয়ে নিজৰ ১১ শতাংশ অৰ্থাৎ ১১০০ কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিয়ে।

লকডাউনে ব্যৱসায়ত বেয়াকৈ প্ৰভাৱ পেলোৱাৰ বাবেই ছুইগিয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

এন ডি টিভিত প্ৰকাশিত বাতৰি মতে, সোমবাৰে কম্পেনিয়ে নিজৰ কৰ্মচাৰীক মেইলৰ জৰিয়তে লিখিছে, ‍‘ছুইগিৰ বাবে আজি বহুত দুখৰ দিন কাৰণ আজি আমি এটা দুৰ্ভাগ্যপূৰ্ণ সিদ্ধান্ত ল’ব লগীয়া হৈছে’।

কম্পেনিৰ ফালৰ পৰা জনোৱা অনুসৰি চাকৰি হেৰুৱাবলগীয়া কৰ্মচাৰী সকলক অহা তিনি মাহৰ দৰমহা অতিৰিক্তভাৱে প্ৰদান কৰিব।

উল্লেখ্য যে, কিছু দিন পূৰ্বে অনলাইন ফুড ডেলিভাৰি সংস্থা Zomato আৰু অনলাইন কেব চাৰ্ভিচ প্ৰদানকাৰী সংস্থা উবেৰে নিজৰ ১৪ শতাংশ অৰ্থাৎ ৩৭০০ কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিয়ে।

Recent News

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

Organ-doner

মৃত্যুৰ পিছতো আন পাঁচজনৰ মুখত হাঁহি বিৰিঙাই গ’ল দেশৰ সৰ্বকনিষ্ঠ অংগদাতা ধনিষ্ঠাই

অগ্নিত ভস্ম হ’ল বাংলাদেশৰ ৰোহিংগিয়া শৰণাৰ্থী শিৱিৰৰ ৫০০-ৰ অধিক বাসগৃহ

অগ্নিত ভস্ম হ’ল বাংলাদেশৰ ৰোহিংগিয়া শৰণাৰ্থী শিৱিৰৰ ৫০০-ৰ অধিক বাসগৃহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd