• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

কোহলী-ৰোহিত নহয়! আগাৰকাৰৰ দৃষ্টিত এইগৰাকী তাৰকা বিশ্বকাপত হ’ব ভাৰতৰ ট্ৰাম্প কাৰ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2023 10:11 am
Cricket World Cup India vs Australia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাষ চাপিছে ক্ৰিকেট বিশ্বকাপ। ঘৰৰ মাটিতে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত স্বাভাৱিকতেই এইবাৰ হট ফেভাৰিট ভাৰত, সকলোৰে আশা পুনৰাবৃত্তি হওক ২০১১ ৰ। ইতিমধ্যে সদ্যসমাপ্ত এছিয়া কাপৰ খিতাপ দখলেৰে ক্ৰিকেট অনুৰাগীক কিঞ্চিত আশা দিছেই ভাৰতীয় দলে।

এই প্ৰতিযোগিতাত ভাৰতৰ প্ৰদৰ্শন আছিল প্ৰায় আশাব্যঞ্জক। বাংলাদেশৰ বিৰুদ্ধে এখন মেচত পৰাজয়ৰ বাহিৰে প্ৰতিখন মেচতে ভাৰতে আগবঢ়াই সুন্দৰ প্ৰদৰ্শন। চূড়ান্ত মেচখনত পেচাৰ মহম্মদ চিৰাজৰ দুৰ্দান্ত বলিং আৰু সমগ্ৰ প্ৰতিযোগিতাত কুলদীপ যাদৱৰ বলিং ভাৰতৰ বাবে আছিল আশাৰ বতৰা।

Apply Now

দৰ্শনীয় প্ৰদৰ্শনৰ বাবে কুলদীপ যাদৱ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈও বিবেচিত হৈছিল। কেৱল এই দুই তাৰকাৰ নহয়, দলৰ প্ৰায় প্ৰতিগৰাকী ক্ৰিকেটাৰেই এছিয়া কাপত স্বাভাৱিক প্ৰদৰ্শন দাঙি ধৰিছিল। লক্ষণীয়ভাৱে দুই-এগৰাকী খেলুৱৈৰ বাদে ভাৰতৰ এই দলটোৱেই ভাগ ল’ব আগন্তুক বিশ্বকাপত।

বিশ্বকাপৰ প্ৰাকক্ষণত ভাৰতীয় দলটোৰ মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে এগৰাকী খেলুৱৈক বিশ্বকাপ অভিযানৰ বাবে দলৰ ট্ৰাম্প কাৰ্ড বুলি অভিহিত কৰিছে। অৱশ্যে আগাৰকাৰে ট্ৰাম্প কাৰ্ড আখ্যা দিয়া খেলুৱৈগৰাকী ৰোহিত-কোহলী অথবা বুমৰাহ-চিৰাজ নহয়।

মুখ্য নিৰ্বাচক আগাৰকাৰৰ মতে, কুলদীপ যাদৱ হ’ব ভাৰতীয় দলৰ ট্ৰাম্প কাৰ্ড। এই প্ৰসঙ্গত আগাৰকাৰে কুলদীপ যাদৱৰ সৈতে আই পি এল ফ্ৰেন্সাইজি দিল্লী কেপিটেলত কটোৱা সময়ৰো উদ্ধৃতি দিয়ে আৰু কুলদীপক বিশেষ দক্ষতা থকা খেলুৱৈ আখ্যা দিয়ে।

উল্লেখ্য যে, ভাৰতৰ আন এগৰাকী স্পিনাৰ যুজবেন্দ্ৰ চাহালৰ সৈতে কুলদীপৰ ‘কুলচা’ যুটী বহু সময় ধৰি আছিল ২২ গজৰ যুঁজত অদম্য। কিন্তু ফৰ্মহীনতাৰ বাবে পিছত বহু সময় ধৰি দলৰ বাহিৰত থাকিবলগীয়া হৈছিল কুলদীপ।

অৱশ্যে দললৈ প্ৰত্যাৱৰ্তনৰ পিছতে কুলদীপ থমকিব লগীয়া হোৱা নাই। ধাৰাবাহিকতা অক্ষুন্ন ৰাখি তাৰকা স্পিনাৰগৰাকীয়ে আগবঢ়াইছে অনবদ্য প্ৰদৰ্শন। শেহতীয়া এছিয়া কাপতো ৯ টাকৈ উইকেট দখলেৰে কুলদীপে প্ৰমাণ কৰিছে নিজৰ যোগ্যতা। প্ৰদৰ্শনৰ দ্বাৰাই যেন ঘোষণা কৰিছে ‘সাজু বিশ্বকাপলৈ’!

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচেৰে ভাৰতে আৰম্ভ কৰিব বিশ্বকাপ অভিযান। স্পীন সহায়ক ভাৰতীয় পিটছত কুলদীপৰ প্ৰদৰ্শন স্বাভাৱিকতেই ভাৰতীয় দলৰ এক প্ৰধান শক্তি হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd