• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিক দেখি উঠিল গা অগপৰ আইটি চেলে বোলে মোকো চা : বিশাল স্ক্ৰীণত অগপৰ লাগিল লেঠা

আইটি চেলৰ আৰম্ভণিতে লাগিল কেনা; আঞ্চলিকতাবাদী দলটোৰ নামতে পাতিলে বানানৰ শ্ৰাদ্ধ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 9, 2020 9:23 pm
AGP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়াত এষাৰ কথা আছে বোলে দেখাত দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা। সেই গতিয়েই হ’ল বিজেপিৰ মিত্ৰজোঁট অসম গণ পৰিষদৰ।

এতিয়া যেন এনে হ’ল বিজেপিক দেখি উঠিল গা অগপৰ আইটি চেলে বোলে মোকো চা।

Apply Now

আজি অগপৰ আইটি চেলৰ উদ্যোগত মুকলি কৰা হৈছিল এক ৱেবচাইট আৰু তাৰ জৰিয়তে সদস্য ভৰ্তি অভিযানো আৰম্ভ কৰিছিল।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সময়মতেই দলটোৰ সভাপতি অতুল বৰাই মুকলি কৰিছিল ৱেবচাইটটো। মুকলি কৰাৰ সময়ত প্ৰদৰ্শিত ভিডিঅ’টো চলি থকা ভিডিঅ’টোৰ মাজতে ঘটিল অথন্তৰ।

অসম গণ পৰিষদৰ নামটোতে ওলাই পৰিল এক ডাঙৰ ভুল। অসম গণ পৰিষদৰ সলনি আইটি চেলে কৰিলে অসম গণ ‘পৰষিদ’। অৰ্থ্যাৎ পৰিষদ হৈ পৰিল ‘পৰষিদ’।

বিজেপি, অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ ৱেবচটাইট দেখিয়েই পিছ পৰি থাকিব বিচৰা নাছিল আঞ্চলিকতাবাদী শক্তি অসম গণ পৰিষদ। কিন্তু ডিজিটাইলাইজেশ্যনৰ প্ৰথমটো খোজতে যেন উজুতি খাই অস্বস্তিত পৰিল আঞ্চলিকতাবাদী দলটো।

উল্লেখ্য যে, আজি অসম গণ পৰিষদৰ ডিজিটেল কোষ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। এই ডিজিটেল কোষৰ জৰিয়তে সদস্য ভৰ্তি ২০২১ অভিযান আৰম্ভ কৰিছিল আইটি চেলে। কিন্তু ডিজিটেল কোষ গঠন কৰিয়েই অস্বস্তিত পৰাত পুনৰ সেই ডিজিটেল বেনাৰ আঁতৰাই পেলালে দলটোৱে।

তাৰ পাছতে অতুল বৰাই ক’লে ‘এনেকৈ হ’লে আইটি চেলে কেনেকৈ কাম কৰিব?’

অগপৰ আইটি চেলৰ আৰম্ভণিতে এই বিলৈ দেখি এতিয়া ছ’চিয়েল মেডিয়াত তীৰ্যক সমালোচনাৰ সন্মুখীন হৈছে আঞ্চলিকতাবাদী শক্তিটো।

অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ বাবে অহৰ্নিশে সংগ্ৰাম কৰি যোৱা অসম গণ পৰিষদ দলটোৰ নিজৰ নামটোতে হোৱা এনে ভুলৰ বাবে এতিয়া সচেতন মহলত বিষয়টোৱে বহুল চৰ্চা লাভ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd