DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অগপৰে মিত্ৰতা প্ৰসংগ: ৰাম মাধৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2019 9:18 am
Ramendra-Narayan-kalita

অগপ নেতা ৰমেন্দ্ৰ নাৰায়ন কলিতা। ফাইল ফটো

570
VIEWS
Share on FacebookShare on Twitter

অগপ-বিজেপিৰ মিত্ৰতাক লৈ চলি থকা চৰ্চাৰ মাজতে এই প্ৰসংগটোত শেহতীয়াকৈ দুয়োটা দলৰে স্থিতি স্পষ্ট নোহোৱাত অসমৰ জনসাধাৰণ বিভ্ৰান্ত হৈ পৰিছে। প্ৰকৃততে, দল দুটাৰ মাজত মিত্ৰতা ভংগ হৈছে নে পুনৰ সুযোগৰ সন্ধানৰ বাবে অপেক্ষা কৰিছে সেয়া ৰহস্যৰ মাজত সোমাই পৰিছে।

ইয়াৰ মাজতে অগপক মিত্ৰতা বাহাল ৰখাৰ কথা বিবেচনা কৰিবলৈ বৃহস্পতিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱে জনোৱা আহ্বানৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অগপৰ সাধাৰণ সম্পাদক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

বিজেপিৰ নেতাজনে জনোৱা উক্ত আহ্বানৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অগপ নেতা কলিতাই কয় যে অগপই পূৰ্বৰ স্থিতি বাহাল ৰাখিছে।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰা পৰ্যন্ত অগপই নিজৰ স্থিতিৰ পৰা আঁতৰি নাহে বুলি কলিতাই স্পষ্ট কৰি দিয়ে। তদুপৰি,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ পাছতো অগপই আলোচনা মৰ্মেহে পৰৱৰ্তী সিদ্ধান্ত ল’ব বুলি কলিতাই ব্যক্ত কৰে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে এখন সংবাদমেলযোগে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে অগপক মিত্ৰতাৰ কথা বিবেচনা কৰিবলৈ আহ্বান জনাইছিল।

Recent News

CBI raids Manish Sisodia

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান: অভিযানক আদৰণি জনালে মুখ্যমন্ত্ৰী কেজৰিৱালে

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd