• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাৰদা,লুই বাৰ্জাৰ কেলেংকাৰিৰ বাবে জে’ললৈ যাব মন্ত্ৰী হিমন্ত: বিধায়ক পবিন্দ্ৰ ডেকা

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , December 7, 2018 10:55 am

1 min read

l_AGP-MLA-Pabindra-Deka-1510036233

অগপ বিধায়ক পবিন্দ্ৰ ডেকা। ফাইল ফটো

281
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ প্রচাৰত ৰাজনৈতিক নেতা সকলৰ মাজত মৌখিক আক্রমণ অব্যাহত আছে ৷ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰিছে পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্ৰ ডেকা ৷

বিধায়ক গৰাকীয়ে কয়, “সাৰদা, লুই বাৰ্জাৰ আদি কেলেংকাৰিত অভিযুক্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তিহাৰ জেললৈ যাব ৷” পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিধায়কগৰাকীয়ে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত আগবঢ়োৱা এই তীৰ্যক মন্তব্যই বিশেষ ইংগিত বহন কৰিছে ৷

বজালীক জিলালৈ উন্নীত কৰা হ’ব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এসময়ত কৰা ঘোষণাক এতিয়া মন্ত্ৰী গৰাকীয়ে পিঠি দিয়া বুলিও বিধায়ক গৰাকীয়ে অভিযোগ কৰে ৷

বজালীৰ নিত্যানন্দত এক নিৰ্বাচনী প্ৰচাৰত বিধায়ক গৰাকীয়ে লগতে কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী পৰাস্ত হ’লে হিমন্ত বিশ্ব শৰ্মাই এ আই য়ু ডি এফত যোগদান কৰাত বাদে অইন পথ নাথাকিব।

উল্লেখযোগ্য যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে চৰকাৰৰ মিত্ৰদল অগপক প্ৰধান আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে অগপৰো একাংশ নেতাই শেহতীয়াকৈ বিজেপিৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে।

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd