• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মিত্ৰতাই দ্বিতীয় কলি যুগৰ সৃষ্টি কৰিব : অতুল বৰা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
December 2, 2020 9:39 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মিত্ৰতাই দ্বিতীয় কলি যুগৰ সৃষ্টি কৰিব। এই মন্তব্য অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ।

মঙলবাৰে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এক বিশাল ‘জাতীয় ঐক্য সন্মিলন’ত উপস্হিত থাকি অগপৰ সভাপতি গৰাকীয়ে কয় “অসমত নতুন দল গঠন কৰাৰ বাবে ভিতৰি চেষ্টা চলাইছে কংগ্ৰেছ আৰু এ আই য়ু ডি এফে।

Apply Now

‘এ আই য়ু ডি এফ সাম্প্ৰদায়িক দল আৰু এই দুয়োটা দলে যদি প্ৰাণ কেন্দ্ৰ দিচপুৰত বাস কৰিবলৈ লয় তেন্তে অসমীয়া মানুহ নাথাকিব, অসমীয়া জাতি নাথাকিব। সেয়ে অসমবাসীয়ে এই দুয়োটা দলৰ পৰা সাৱধানতা অবলম্বন কৰক। নহ’লে এই দুয়োটা দল লগ লাগিলে দ্বিতীয় কলি যুগৰ সৃষ্টি কৰিব’, বৰাৰ মন্তব্য।

অগপৰ সভাপতি গৰাকীয়ে পুনৰ কয় যে কিছুমান অপশক্তিয়ে আমাৰ দলৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাত জনসাধাৰণৰ মাজত দলৰ ভাৱমূৰ্তি বিনষ্ট হৈছিল। সেই কথা আমি স্বীকাৰ কৰিছো। ৰাইজৰ ৰায় আমি নতশিৰে মানি লৈছো। যোৱা সময়ত আমি আত্মবিশ্লেষন কৰিছো, আত্মশুদ্ধি কৰিছো।

‘এতিয়া দললৈ নতুন তেজৰ আগমন হৈছে। নতুন উদ্যমৰে পুনৰ ৰাইজৰ মাজলৈ আহিছো। আমি কোনো সাম্প্ৰদায়িক নহয়। অগপৰ চৰিত্ৰই হৈছে ধৰ্মনিৰপেক্ষ চৰিত্ৰ’, সভাপতিগৰাকীয়ে ভাষণত এইদৰে কয়।

ইফালে অগপৰ সভাপতি গৰাকীয়ে বিজেপিৰে মিত্ৰতা সন্দৰ্ভত কয়, ‘আমি অকলে যুঁজ কৰি কেতিয়াও ক্ষমতা দখল কৰিব নোৱাৰো। এই কথা স্বীকাৰ কৰো। আমি আগতেও চিপিআইএম, চিপিআইএম এলৰ লগত মিত্ৰতা কৰিছো। মিত্ৰতা আমাৰ দলৰ বাবে নতুন কথা নহয়। বিজেপিৰ লগত আমাৰ মিত্ৰতা কৰাটো কোনো অপৰাধ নহয়’।

ইফালে বিদেশী নাগৰিকৰ সমস্যাটো স্থায়ীভাৱে সমাধান হ’ব লাগে বুলি অগপৰ সভাপতি গৰাকীয়ে মন্তব্য কৰাৰ লগতে অসম চুক্তিৰ ৬নং দফা কেন্দ্ৰীয় চৰকাৰে আখৰে আখৰে পালন কৰিবলৈ অতুল বৰাই আহ্বান জনায়।

লগতে এই সভাত উপস্হিত থকা অগপৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই  নিজৰ উদাত্ত ভাষণত কয় যে অসমৰ থলুৱা লোকৰ স্বাৰ্থত জন্ম হৈছে অগপ। এই দল ধৰ্ম নিৰপেক্ষ দল। অসমত বাস কৰা সকলো লোক অসমীয়া। যিখন বৃহৎ অসমীয়া সমাজ গঢ়িছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেইখন বৃহৎ অসমীয়া সমাজখনক লৈ অগপ দল আগুৱাই যাব বিচাৰিছে।

অগপৰ কাৰ্যকৰী সভাপতি গৰাকিয়ে পুনৰ কয় যে অসম গণ পৰিষদ দলৰ প্ৰথম চৰকাৰ হোৱাৰ পৰাহে অসমত চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি হৈছিল। অগপ চাহ শ্ৰমিকৰ লগত আছে, মুছলমানৰ লগত আছে, নেপালী সকলৰ লগত আছে। তেওঁলোকক কেতিয়াও নিৰাপত্তাহীনতাত ভুগিবলৈ নিদিও।

‘বৰ্তমান আমি আত্মশুদ্ধি আৰু আত্মসমালোচনাৰে দলটোক আগুৱাই নিব লাগিব। পূৰ্বতে যদি আমাৰ কিবা ভুল হৈছে তাৰ বাবে আমি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী। অসমত বহু আঞ্চলিক দল গঠন হৈছে। কিন্তু অগপই হে অসমত আঞ্চলিকতাবাদৰ ধ্বজ্বা উৰুৱাই থাকিব পাৰিছে। ৩৫ বছৰ ধৰি এই দলে আঞ্চলিকতাবাদৰ ধ্বজ্বা উৰুৱাই আছে। অগপই কেতিয়াও কাৰো লগত আপোচ কৰা নাই’।

বিশ্বনাথ বিধান পৰিষদৰ উদ্যোগত বিশ্বনাথ জিলা অগপ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা এই সন্মিলনত উপস্হিত থাকে ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক পোনাকন বৰুৱা, জনপ্ৰিয় কণ্ঠশিল্পী তথা অগপৰ মুখপাত্ৰ কল্পনা পাটোৱাৰীকে ধৰি বহু কেইজন অগপ নেতা।

অগপৰ এই  নেতা সকলক প্ৰবীন হাজৰিকাৰ নেতৃত্বত শতাধিক বাইকৰে আদৰি আনে বিশ্বনাথলৈ।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd