DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিত্ৰতা এৰাৰ পিছত প্ৰথম আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে অগপই

জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়তো গঠন কৰা হ'ব জনমত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2019 5:31 pm
Anti-CAB vote appeal invites expulsion for AGP youth leader

ফাইল ফটো : য়ু বি

972
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেই বিজেপিৰে মিত্ৰতা ছেদ কৰা অসম গণ পৰিষদ দলে আগন্তুক দিনত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। ১৩ জানুৱাৰীৰ নিশা দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন জৰুৰী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাৰ সিদ্ধান্ত অনুসৰি দলে অহা ১৮ জানুৱাৰীত প্ৰতিটো সমষ্টিতে সমষ্টি সমিতিসমূহৰ উদ্যোগত জোঁৰ সমদল, ২৪ জানুৱাৰীত দলৰ বিধায়কসকলে গুৱাহাটীত ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ৩০ জানুৱাৰীত দলৰ প্ৰতিখন জিলা সমিতিয়ে জিলা আৰু মহকুমা সদৰ স্থানত প্ৰতিবাদী সমদল উলিয়াই বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব।

ইয়াৰ উপৰি অগপ নেতৃত্বই এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়তো জনমত গঠন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।

উল্লেখ্য যে এই বিধেয়কখন উত্থাপন হোৱাৰে পৰা অগপ দলে জনসাধাৰণৰ পক্ষত থাকি অসমৰ অস্তিত্ব বিপন্নকাৰী, অসম চুক্তি উলংঘন কৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ কৰি আহিছে। তদুপৰি ৰাজ্য চৰকাৰৰ লগত মিত্ৰতাত থকাৰ সময়তো কেবিনেটত ইয়াৰ প্ৰৱল বিৰুদ্ধাচৰণ কৰাৰ লগতে বিভিন্ন আন্দোলনৰ কায্যসূচীও গ্ৰহন কৰা পৰিলক্ষিত হৈছিল।

কিন্তু ইমানৰ পাছতো বিজেপিয়ে বিধেয়কখনৰ সমৰ্থন প্ৰত্যাহাৰ নকৰাত অগপ দলে জাতীয় স্বাৰ্থত বিজেপিৰে মিত্ৰতা ছেদ কৰাত ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত  এক অন্যতম প্ৰতিবাদী কাৰ্য হিচাপে বিবেচিত হৈছে।

ইতিমধ্যে অগপ দলে অসমৰ জাতীয় সংগঠন সমূহৰ লগত আলোচনাৰ মাজৰে বিধেয়ক খনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ সিদ্ধান্ত লোৱাৰ উপৰি নিজাববীয়াকৈ একাধিক কাৰ্যসূচী গ্ৰহন কৰিছে।

Recent News

Durand Cup 2022

আৰম্ভ হ’ল ডুৰাণ্ড কাপ, ২০২২: উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয় মহমেদান স্প’ৰ্টিঙৰ

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Jinnah International Airport Karachi

পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ ভাৰতৰ পৰা যোৱা চাৰ্টাৰ জেটৰ

child rape

জঘন্য! খেলি থকাৰ পৰাই অপহৰণ কৰি নি ছয় বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd