• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, April 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

NE NOW NEWS
গুৱাহাটী , February 28, 2021 7:54 pm

1 min read

index.jpgk
199
VIEWS
Share on FacebookShare on Twitter

বিজেপি আৰু অগপ মিত্ৰজোঁটৰ আসন ভাগ বতৰোবা অদ্যপি চুড়ান্ত হোৱা নাই যদিও ৮১ নং লাহৰীঘাট সমষ্টি অসম গণ পৰিষদ দলৰ ভাগত পৰিব বুলি প্ৰচাৰ চলাৰ লগে লগে বাহিৰা সমষ্টিৰ উপৰি ঘৰুৱা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীসকল দলীয় টিকটকলৈ তৎপৰ হৈ পৰিছে।

বাহিৰা সমষ্টিৰ পৰা অহা এনে এগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীক কেন্দ্ৰ কৰি লাহৰীঘাট অগপ আৰম্ভ হৈছে অন্তঃকন্দল।

কেন্দ্ৰীয় নেতৃত্বৰে থকা সু-সম্পৰ্কৰ সুযোগলৈ আব্দুল জলিল নামৰ এজন নেতাই সুদুৰ কমলপুৰৰ পৰা আহি লাহৰীঘাট সমষ্টিৰ দলীয় টিকট দাবী কৰিছে। এই কথাক সহজভাবে ল’ব পৰা নাই লাহৰীঘাট নিষ্ঠাৱান অগপ কৰ্মীসকলে।

লাহৰীঘাট সমষ্টিত মৃতপ্ৰায় হৈ পৰা দলটোৰ পুনৰ সক্ৰিয় কৰি তোলা অগপ কৰ্মীৰ আৱেগ অনুভৱক গুৰুত্ব নিদি কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে দলটোত চলিত বৰ্ষৰ  ১০ জানুবাৰিত অগপত যোগদান কৰিয়ে দলীয় টিকট বিচৰা কাৰ্যত জাঙোৰ খাই উঠিছে লাহৰীঘাট সমষ্টিৰ তৃণমূলৰ অগপ কৰ্মীসকল।

তাৰেই পৰিণতিত দেওবাৰে অগপৰ লাহৰীঘাট সমষ্টি সমিতিৰ কাৰ্যালয়ৰ সন্মুখত ক্ষুব্ধ অগপ কৰ্মীয়ে ন-অগপ আব্দুল জলিলৰ পুত্তলিকা জ্বলোৱাৰ উপৰি আব্দুল জলিল গ’বেক, আব্দুল জলিল মুৰ্দাবাদ, বিদেশী প্ৰাৰ্থী নামানো আদি শ্ল’গানেৰে উত্তাল কৰি তোলে ইয়াৰ পৰিবেশ।

উল্লেখ্য যে ৮১ নং লাহৰীঘাট সমষ্টি ২৪ খন আঞ্চলিকে পূৰ্বৰে এজন শক্তিশালী স্থানীয় প্ৰাৰ্থীক টিকট দিয়াৰ বাবে দাবী জনাই আহিছে।

Recent News

a ccc

কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত জিলা উপায়ুক্তক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd