• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধেয়ক বাতিলৰ দাবীত চামগুৰিৰ আকাশ বতাহ কঁপাই অগপৰ জোৰ সমদল

NE NOW NEWS বিদ্যুৎ জ্যোতি বৰা
চামগুৰি , January 19, 2019 7:36 am

1 min read

Chamaguri AGP torch light.photo

চামগুৰিত অগপৰ জোৰ সমদলৰ কাৰ্যসূচী। ফটো : নৰ্থইষ্ট নাও

363
VIEWS
Share on FacebookShare on Twitter

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতাৰে শুকুৰবাৰে নগাঁও জিলাৰ চামগুৰিত অগপই আকাশ বতাহ কঁপাই এক জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে ৷

সন্ধিয়া প্ৰায় ৬-৩০ মান বজাত অসম গণ পৰিষদ, চামগুৰি সমষ্টিৰ উদ্যোগত শতাধিক ৰাইজে চামগুৰিৰ কুৰুৱাবাহী তিনিআলিৰ সন্মুখৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে চামগুৰি আৰক্ষী থানা পাৰহৈ এএছইবি তিনিআলিলৈকে এক বৃহৎ “জোৰ সমদল” কাৰ্যসূচী ৰূপায়ন কৰে ৷

জাতীয় নায়ক হায় হায়, নাগৰিক সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনিৰে অগপ কৰ্মীসকলে চামগুৰি উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে অসম গণ পৰিষদ দলে শুকুৰবাৰে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীৰে জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে। অসমত বিজেপিৰে মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা কৰাৰ পাছৰে পৰা আঞ্চলিক দলটোৱে এতিয়া মুকলিভাৱে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীত নামি পৰিছে।

আনহাতে, বিজেপিৰে মিত্ৰতা ভংগৰ বিষয়টোৱে জনসাধাৰণৰ মাজত এতিয়াও সন্দেহৰ নিৰসন কৰিব পৰা নাই যদিও অগপই বিধেয়কখনৰ বিৰোধিতাৰে ৰাইজৰ আস্থা ঘুৰাই অনাৰ প্ৰয়াস কৰা দেখা গৈছে।

Recent News

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

IMG-20210116-WA0015

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁৱতো আজি আৰম্ভ হ’ল কৰ’না মহামাৰীৰ টীকাকৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd