DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ ‘কৃষি তথ্য কেন্দ্ৰ মুকলি’

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
March 8, 2021 5:18 pm
Screenshot
200
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ সমীপৰ পীড়াকটা ভৰলুৱা গাঁৱত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ ৪ ৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে , তেঁওলোকৰ “গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি”ৰ অধীনত আজি এটি ‘কৃষি তথ্য কেন্দ্ৰ মুকলি’ কৰাৰ লগতে ‘কৃষি বিজ্ঞান কেন্দ্ৰ’ যোৰহাটৰ সহযোগত ‘ আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস’ পালন কৰে ।

অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰমেন্দ্ৰ নাথ শৰ্মা, অধ্যাপিকা ড° সোণতৰা কলিতা আৰু ড° অপৰাজিতা বৰা উপস্থিত থকাৰ লগতে মুখ্য অতিথিৰ ভূমিকা গ্ৰহণ কৰে ড° অৰ্চনা ভট্টাচাৰ্য্যী, আৰু বৰ্ণালী বৰুৱাই ।

অনুষ্ঠানটোৰ উদ্দ্যেশ্য বাখ্যা কৰে কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ ভাৰপ্ৰাপ্ত মূৰব্বী সমীৰণ ভট্টাচাৰ্য্যই ।

বামুণীগাঁওৰ কৃষি উদ্যোগী  মহিলা অনিতা গগৈক অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয় ।

কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত সংগীত আৰু কবিতা আবৃত্তিয়ে গোটেই অনুষ্ঠানটি জীপাল কৰি তোলে ।

সভাখনৰ সামৰণি পৰাৰ পিছতেই বৰ্ণালী বৰুৱা আৰু অনিতা গগৈয়ে ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি তোলা কৃষি তথ্য কেন্দ্ৰটো মুকলি কৰে ।

ছাত্ৰ-ছাত্ৰীসকলে গাঁওখনৰ কৃষকসকলৰ সুবিধাৰ্থে বিভিন্ন কৃষিৰ আৰ্হি, প্ৰকল্প প্ৰস্তুত কৰে আৰু তথ্য-পাতি যুগুতাই কৃষি তথ্য কেন্দ্ৰটো সাজি উলিয়ায় ।

Recent News

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd