• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত বন্ধ হ’ব বিশাল মেগামাৰ্ট, ভোগালী ৰেস্তোৰাকে ধৰি বহু ব্যৱসায়িক প্ৰতিষ্ঠান : নিৰ্দেশ মন্ত্ৰী অতুল বৰাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2018 9:12 am
Assam animal husbandry minister Atul Bora presser on Classical swine fever in state

অতুল বৰাৰ ফাইল ছবি।

204
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ বিশাল মেগামাৰ্ট, ভোগালী ৰেস্তোৰাকে ঘৰি বহুতো অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান অতি শীঘ্ৰে বন্ধ হ’ব। এই নিৰ্দেশ মন্ত্ৰী অতুল বৰাৰ।

উল্লেখযোগ্য যে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত পাৰ্কিঙৰ সুব্যৱস্থা নথকা, অবৈধভাৱে হোটেল-ৰেস্তোৰা, দোকান-পোহাৰ নিৰ্মাণ কৰাৰ বাবে এই সমূহ উচ্ছেদ কৰিবৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।

১০০ কোটি টকাৰ পেকেজ ৰূপায়ণেৰে গোলাঘাটক নগৰক উন্নয়ন কৰাৰ উদ্দেশ্যে নগৰ উন্নয়ন তথা কৃষি মন্ত্ৰী অতুল বৰাই ২২ ছেপ্টেম্বৰত গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে।

এই পৰ্যালোচনা সভাতে বিভিন্ন দল-সংগঠন, বিশিষ্ট ব্যক্তিৰ লগতে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত উক্ত নিৰ্দেশ প্ৰদান কৰে।

সভাত মন্ত্ৰী গৰাকীয়ে জিলাখনত বে-আইনীভাৱে দোকান-পোহাৰ নিৰ্মাণ কৰি তীব্ৰ যান-জঁটৰ সৃষ্টি কৰা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ ২৪ ছেপ্টেম্বৰৰ পৰা উচ্ছেদ কৰিবলৈ অতিৰিক্ত উপায়ুক্ত উৎপল দলে আৰু চক্ৰ বিষয়া লখিমী দত্তক নিৰ্দেশ দিয়ে।

একেদৰে বিশাল মেগামাৰ্ট, হোটেল, ৰেস্তোৰাকে ধৰি বাকী ব্যৱসায়িক প্ৰতিষ্ঠান সমূহো উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে নগৰখনৰ সুন্দৰ কৰাৰ উদ্দেশ্যেৰে জিলাখনৰ ৰঙাজানত সিংহদুৱাৰ, পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ, তেতেলীতল, হামদৈকে ধৰি চাৰিখন আদৰণী তোৰণ নিৰ্মাণৰ পৰিকল্পনা কৰে।

তাৰোপৰি গোলাঘাট জিলাৰ চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন এথলেটিকছৰ অনুশীলনৰ উপযোগী কৰি তোলাকে ধৰি আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সভাত গ্ৰহণ কৰা হয়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd