• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন সমাগত; বোকাখাতত কৃষি মন্ত্ৰী অতুল বৰাৰ আধাৰশিলা অভিযান

উত্তম শইকীয়া by উত্তম শইকীয়া
November 3, 2018 7:29 pm
Atul Bora
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে মন্ত্ৰী বিধায়কসকলক নিজৰ সমষ্টিত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আজি কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই বোকাখাত নগৰকে ধৰি কেইবাখনো গাঁও পঞ্চায়তৰ বিভিন্ন স্থানত এলানি পথ নিৰ্মাণ কামৰ উদ্বোধন কৰে।

মন্ত্ৰী অতুল বৰাই মুঠ ১,০৪,৯৬,৪৬০ টকাৰ আঁচনিৰে বোকাখাত পৌৰসভাৰ চগমল চৌধুৰী পথ, চি এন বি কলেজ পথ, মুহি মেধি পথ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ম’হমাইকী সংযোগী পথৰ নিৰ্মানৰ কামৰ শুভাৰম্ভ কৰে।

Apply Now

অনুষ্ঠানত গোলাঘাট জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া অভিজিত বৰুৱা, বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, বোকাখাত পৌৰসভাৰ পৌৰপতি চিত্ৰা কাৰ্ডং, বোকাখাত ৰাজহচক্ৰৰ চক্ৰ বিষয়া খনিন্দ্ৰ দাস, মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়া, পৌৰসভাৰ কেউটা ৱাৰ্ডৰ ৱাৰ্ড সদস্যৰ লগতে অনান্য ব্যক্তিসকল উপস্থিত থাকে।

তদুপৰি মন্ত্ৰীগৰাকীয়ে আজি বোকাখাত মহকুমা কল্যাণ বিভাগৰ দ্বাৰা ২৭৫ নং অনুচ্ছেদৰ অধীনত ৪ লাখ ৯৫ হাজাৰ টকাৰে নিৰ্মিত টিমৌআটি মৰং ঘৰটিৰ শুভ উদ্বোধন কৰি ৰাইজলৈ উৎসৰ্গা কৰে।

উল্লেখযোগ্য যে গোলাঘাট ৰাজ্যিক পথ সংমণ্ডলৰ অন্তৰ্গত বোকাখাত সমষ্টিত কেবিনেট মন্ত্ৰীজনে লুখুৰাখনীয়া, ডিফলু বাগিচা, আনন্দপুৰ বাগিচা, কৰৈআটি গাঁও, মণ্ডল গাঁও, মহমাইকী গাঁও, গোঁসাইবাৰী, গৰমুৰ, বোকাখাত বাগিচা, বৰছাপৰি বাগিছা, বিহৰা বাগিচা, নুমলীগড় বাগিচা, নিকৰী, নপমুৱা, তামুলীপথাৰ, কচুপথাৰ, ৰাধাবাৰী বাগিচা, ৰঙাগঢ়া বাগিচা, মৰঙীয়াল, বহুপথাৰক লৈ মুঠ ২৬ টা পথৰ আধাৰশিলা স্থাপন কৰে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

August 13, 2026 1:34 pm
অসমত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নতুন নিয়ম: নিজৰ বেংক একাউণ্ট নাথাকিলে কৰিব নোৱাৰিব আবেদন

অসমত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নতুন নিয়ম: নিজৰ বেংক একাউণ্ট নাথাকিলে কৰিব নোৱাৰিব আবেদন

August 13, 2026 1:28 pm
দিশহীন ট্ৰাম্পৰ মুখত ‘আল্লাহৰ প্ৰশংসা’! হৰমুজ প্ৰণালীৰ ওপৰত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণৰ দাবী

দিশহীন ট্ৰাম্পৰ মুখত ‘আল্লাহৰ প্ৰশংসা’! হৰমুজ প্ৰণালীৰ ওপৰত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণৰ দাবী

August 13, 2026 12:44 pm
সৰিয়হৰ ডলিতে ভোট! ঘোচ লৈ ৰায় দিয়াৰ অভিযোগ হাইকোর্টৰ ন্যায়াধীশৰ বিৰুদ্ধে

সৰিয়হৰ ডলিতে ভোট! ঘোচ লৈ ৰায় দিয়াৰ অভিযোগ হাইকোর্টৰ ন্যায়াধীশৰ বিৰুদ্ধে

August 13, 2026 12:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

August 13, 2026 1:34 pm
অসমত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নতুন নিয়ম: নিজৰ বেংক একাউণ্ট নাথাকিলে কৰিব নোৱাৰিব আবেদন

অসমত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নতুন নিয়ম: নিজৰ বেংক একাউণ্ট নাথাকিলে কৰিব নোৱাৰিব আবেদন

August 13, 2026 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd