• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , January 18, 2021 7:40 pm

1 min read

index.jpgaa
1.2k
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে মাৰ্ঘেৰিটা মহকুমাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বিৰুদ্ধে ১৪৪ ধাৰাৰ জৰিয়তে নিশেধাজ্ঞা আৰোপ কৰাৰ পাছতো মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শনেৰে বৰ্তমানেও ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে ধঁপাত-গুটখা ব্যৱসায়ীয়ে।

ইয়াৰ বিৰুদ্ধে আজি মাৰ্ঘেৰিটা আহোম সভাৰ তৰফৰ পৰা এনে অসাধুচক্ৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ চাদা, জৰ্দা, গুটখা আদি জব্দ কৰি মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ভস্মীভূত কৰে।

আহোম সভাৰ অৰ্ধশতাধিক সদস্যই আজি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আৰক্ষী প্ৰশাসন তথা মহকুমা প্ৰশাসনক এনে অবৈধ চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

উল্লেখ যে এনে অবৈধ ধঁপাত-গুটখা ব্যৱসায়ী চক্ৰই একাংশ আৰক্ষী-মহকুমা প্ৰশাসনৰ বিষয়াক মেনেজ কৰি এনে বেহা ৰমৰমীয়াকৈ চলাই যুৱপ্ৰজন্মৰ ধ্বংসৰ গঢ়ালৈ নিছে বুলি অভিযোগ উত্থাপন হৈছে।

Recent News

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

rajen gohain

মোক ঠেলিয়াই গতিয়াই চৰ লাঠি মাৰি খেদি দিয়াৰ নিচিনা হ’ল: ৰাজেন গোহাঁইৰ দুখ

আয়কৰ বিভাগৰ তালাচীৰ পাছত একেলগে চিনেমাৰ শ্বুটিঙত ব্যস্ত হ’ল অনুৰাগ কাশ্যপ- তাপসী পান্নু

আয়কৰ বিভাগৰ তালাচীৰ পাছত একেলগে চিনেমাৰ শ্বুটিঙত ব্যস্ত হ’ল অনুৰাগ কাশ্যপ- তাপসী পান্নু

নিজৰ মাজতে হতাহতি, বিধায়কৰ জন্মদিন অনুষ্ঠানত মৃত্যু হ’ল দুজনকৈ বিজেপি পালিনেতাৰ! ক’ত?

নিজৰ মাজতে হতাহতি, বিধায়কৰ জন্মদিন অনুষ্ঠানত মৃত্যু হ’ল দুজনকৈ বিজেপি পালিনেতাৰ! ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd