DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন্ট্ৰেন্স নহয়, স্নাতক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত নামভৰ্তি হ’ব MBA, PGDM পাঠ্যক্ৰমৰ: AICTE

এন ই নাও নিউজ by এন ই নাও নিউজ
August 25, 2020 10:01 am
409869390-cat

প্ৰতিনিধিত্বমূলক ফটো।

382
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ৰ পৰিস্থিতিৰ বাবে আন প্ৰতিষ্ঠানসমূহৰ দৰেই এইবছৰ MBA আৰু PGDM পাঠ্যক্ৰমৰ নামভৰ্তি কেবল মাত্ৰ শিক্ষাৰ্থীৰ স্নাতক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত কৰা হ’ব।

সেয়েহে, MBA আৰু PGDM প্ৰতিষ্ঠানসমূহে এইবাৰ কোনো প্ৰৱেশ পৰীক্ষা বা এন্ট্ৰেন্স অনুষ্ঠিত নকৰে।

অল ইণ্ডিয়া টেকনিকেল এডুকেশ্যন কাউন্সিল অৰ্থাৎ চমুকৈ AICTEয়ে এই কথা জানিবলৈ দিছে।

AICTEয়ে লগতে এই ব্যৱস্থা অকল মাত্ৰ ২০২০-২১ শিক্ষাবৰ্ষৰ বাবেহে প্ৰযোজ্য বুলি স্পষ্ট কৰি দিছে।

কাউন্সিলৰ সদস্য সচিব ৰাজীৱ কুমাৰে সদৰী কৰে যে MBA বা PGDM পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে CAT, XAT, CMAT, ATMA, MAT, GMAT আদি সৰ্বভাৰতীয় পৰীক্ষাৰ লগতে সংশ্লিষ্ট ৰাজ্যৰ কমন এন্ট্ৰেন্স টেষ্ট অনুষ্ঠিত হয়।

ইয়াৰ মাজতে কেইবাখনো ৰাজ্যত কোভিড-১৯ পৰিস্থিতিৰ বাবে কিছুমান এন্ট্ৰেন্স পৰীক্ষাৰ আয়োজন কৰা হোৱা নাই। তদুপৰি, পৰীক্ষাসমূহ স্থগিত কৰা হৈছে বা কেতিয়া অনুষ্ঠিত হ’ব তাৰো কোনো নিৰ্ণয় হোৱা নাই।

সেয়েহে, এনে পৰিস্থিতি MBA আৰু PGDM প্ৰতিষ্ঠানসমূহক স্বচ্ছ প্ৰক্ৰিয়াৰে মেধাৰ তালিকা প্ৰস্তুত কৰি স্নাতক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত নামভৰ্তি কৰাৰ অনুমতি দিয়া হৈছে।

অৱশ্যে, যিসকল শিক্ষাৰ্থীয়ে এন্ট্ৰেন্স দিছে তেওঁলোকক স্নাতক পৰীক্ষাৰ নম্বৰ নোচোৱাকে অগ্ৰাধিকাৰ দিয়া হ’ব।

AICTEয়ে লগতে প্ৰতিষ্ঠানসমূহক কৈছে যে যদি খালী আসন থাকে তেতিয়াহ’লে স্নাতক পৰীক্ষাৰ নম্বৰ ভিত্তিত শিক্ষাৰ্থীক বাচনি কৰিব লাগিব।

Recent News

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

Bharat Jodo Yatra

ৰাহুল গান্ধী আৰু ভাৰত জোড়ো যাত্ৰা

Uma Bharti on liquor shops

গো আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰা হ’ব সকলো সুৰা বিপণী! উমা ভাৰতীৰ হুমকি

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd