• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ন ইতিহাসেৰে শিৱসাগৰত মহিলাৰ ‘আইদেউ বজাৰ’; পাব থলুৱা সামগ্ৰী, নিষেধ বাহিৰৰ বস্তু

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , January 6, 2019 11:32 pm

1 min read

Sivasagar

শিৱসাগৰত মুকলি হোৱা আইদউ বজাৰ। ছবি- নৰ্থ ইষ্ট নাও।

777
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত দেওবাৰে পোন প্ৰথমবাৰৰ বাবে মুকলি কৰা হয় মহিলাৰ দ্বাৰা পৰিচালিত এখন সাপ্তাহিক বজাৰ।

ঐতিহাসিক শিৱ দ’ল চৌহদৰ সমীপত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পথৰ কাষত “আইদেউ বজাৰ” নামেৰে এই বজাৰখন শুভাৰম্ভ কৰিছে সুবচিনি মহিলা মঞ্চই।

প্ৰতি দেওবাৰে পুৱা ৭ বজাৰ পৰা মুকলি থাকিব লগা বজাৰখনত উপলব্ধ হ’ব থলুৱাভাৱে উৎপাদিত শাক-পাচলিৰ লগতে মহিলাসকলে ঘৰতে প্ৰস্তুত কৰা চিৰা, পিঠা, দৈকে ধৰি কুটীৰ আৰু বয়ন শিল্প সামগ্ৰী।

“আইদেউ বজাৰত থলুৱাভাৱে উৎপাদিত সামগ্ৰী বিক্ৰী কৰা হ’ব। বাহিৰৰ পৰা অহা সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হ’ব,” বজাৰখন মুকলি কৰি জনালে শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহাই।

মহিলা মঞ্চৰ সম্পাদিকা গীতাঞ্জলী হাজৰিকা আৰু জয়ন্ত বৰুৱাই আঁত ধৰা সভাখনত সমাজকৰ্মী সৌৰভ চলিহা, জ্যেষ্ঠ নাগৰিক শংকৰ আগৰৱালা, আছুৰ উপদেষ্টা প্ৰদীপ বৰগোহাঁই আৰু গল্ডেন জুবিলি নামৰ এন জি অ’টোৰ সঞ্চালক সঞ্জীৱ ফুকন আৰু আটাছু নেতা বসন্ত গগৈয়ো উপস্থিত আছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd