DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাৰিষাৰ সময়ত অধিক বৃদ্ধি পাব নেকি কৰ’নাৰ সংক্ৰমণ? চাওক কি ক’লে এইমছৰ সঞ্চালকে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2020 10:31 am
554115-randeep-new-750x375

এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া।

26.7k
VIEWS
Share on FacebookShare on Twitter

নতুন দিল্লীৰ ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই কয় যে বাৰিষাৰ সময়ত কৰ’নাৰ ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত কোনো ‘ডাঙৰ পৰিৱৰ্তন’ নহয়।

কিছুমান বাতৰিত কোৱা হৈছিল যে কিছু নমনীয় বাৰিষাৰ বতৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ষিপ্ৰভাৱে বৃদ্ধি পাব।

এইক্ষেত্ৰত ডাঃ গুলেৰিয়াই কয় যে বাৰিষা কালতো কৰ’নাৰ সংক্ৰমণৰ ক্ষেত্ৰত কোনো বিশেষ পৰিৱৰ্তন নহয়।

কৰ’নাৰ আতংকই খেদি ফুৰা লোকৰ বাবে এই কথা এক সকাহৰ কাৰণ হ’ব পাৰে বুলি ভাবিব পৰা যায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আইআইটি বম্বেৰ দুগৰাকী অধ্যাপকে কৰা এক অধ্যয়নত দাবী কৰিছিল যে গৰম আৰু শুকান বতৰত কৰ’নাৰ সংক্ৰমণৰ গতি মন্থৰ হৈ পৰাৰ বিপৰীতে আদ্ৰতাভৰা পৰিৱেশত কৰ’নাৰ সংক্ৰমণৰ গতি বৃদ্ধি পায়।

ইণ্ডিয়া টুডেক দিয়া এটা সাক্ষাৎকাৰত ডাঃ গুলেৰিয়াই কয়,’’মই নাভাৱো যে বাৰিষাৰ বতৰত ইয়াৰ কিবা নাটকীয় পৰিৱৰ্তন হ’ব। যেতিয়া গ্ৰীষ্মৰ বতৰ আহিছিল তেতিয়া বহুতে কৈছিল যে সংক্ৰমণ বন্ধ হৈ যাব। কিন্তু সেয়া নহ’ল।‘’

ডাঃ গুলেৰিয়াই কয় যে এতিয়া চিকিৎসকসকলে চিকিৎসাৰ পদ্ধতি সলনি কৰিব লাগিব কিয়নো এতিয়া ডেংগু, চিকনগুনিয়াৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাব আৰু যাৰ লক্ষণ কৰ’নাৰ দৰেই একেই।

এইমছৰ সঞ্চালকগৰাকীয়ে লগতে এজন লোকৰ দেহত দ্বিতীয়বাৰ কৰ’নাৰ সংক্ৰমণ সম্পৰ্কে কয় যে ইয়াৰ সম্ভাৱনা অতি কম। কিয়নো কৰ’নাৰ চিকিৎসাৰ সময়ত শৰীৰত এনে কিছুমান এন্টিবডীৰ সৃষ্টি হয় যিয়ে ৰোগীৰ দেহৰ ইম্যুনিটি শক্তিশালী কৰে।

আনহাতে, তেওঁ এই এন্টিবডীৰ দ্বাৰা সৃষ্ট ইম্যুনিটি কিমান দিনলৈ কাম কৰে তাক কোৱাটো জটিল বুলি উল্লেখ কৰে।

Tags: COVID-19

Recent News

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd