• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়াত মুকলি এয়াৰটেল থেংকচ এপ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2020 9:46 pm
Airtel Thanks app launched in Assamese
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিজিটেল উদ্ভাৱনৰ হস্তক্ষেপৰ জড়িয়তে গ্ৰাহকৰ যাত্ৰা সৰল কৰি তোলাৰ অংশ হিচাপে ভাৰতী এয়াৰটেল (এয়াৰটেল)এ আজি প্ৰিপেইড গ্ৰাহকসকলৰ বাবে অসমীয়া ভাষাৰ সমৰ্থনযুক্ত এয়াৰটেল থেংচ এপ মুকলিৰ কথা ঘোষণা কৰে৷

এই বৈশিষ্ট্যটো এণ্ড্ৰইডত ইতিমধ্যে উপলব্ধ আৰু iOSত অতি সোনকালেই উপলব্ধ হ’ব৷

Apply Now

বিশেষকৈ সৰু চহৰ আৰু গাওঁবোৰত হোৱা স্মাৰ্টফোনৰ বৰ্ধিত অনুপ্ৰবেশৰ ফলত গ্ৰাহকসকলে মাতৃভাষাত অনলাইন অভিজ্ঞতাৰ বাবে নজৰ দিছে৷

এয়াৰটেল থেংকচ এপৰ এই নতুন বৈশিষ্ট্যই এয়াৰটেলৰ গ্ৰাহকসকলক অধিক গ্ৰহণযোগ্য হোৱাৰ লগতে ভাষাই সৃষ্টি কৰা বাধা আঁতৰ কৰি ব্যৱহাৰকাৰীক সৰল আৰু অধিক সক্ৰিয় অভিজ্ঞতা আগবঢ়াব৷

এয়াৰটেল থেংকচ এপ এয়াৰটেল সেৱাসমুহলৈ এটা ডিজিটেল প্ৰবেশপথ৷ ই গ্ৰাহকৰ এআৰপিইউৰ ওপৰত ভিত্তি কৰি গ্ৰাহকৰ মনোগ্ৰাহী হোৱাকৈ আন্তঃপৃষ্ঠ-চিলভাৰ, গ’ল্ড, প্লেটিনাম হিচাপে বিভক্ত কৰে৷

এই এপটোৱে এয়াৰটেল স্মাৰ্টফোন গ্ৰাহকসকলক ডিজিটেল চেল্ফকেয়াৰ-ৰিচাৰ্জ কৰিবলৈ, বিল পৰিশোধ কৰিবলৈ, প্ৰকৃত ডাটা ব্যৱহাৰৰ/ বেলেঞ্চৰ বিতং তথ্যৰ বাবে প্ৰবেশাধিকাৰ আগবঢ়ায়৷

গ্ৰাহকসকলে সেৱা সম্বন্ধীয় প্ৰতিবন্ধকতাসমুহ এপটোৰ জৰিয়তে মাত্ৰ কেইটামান ক্লিকতে প্ৰদান কৰিব পাৰে৷

এই এপটোৱে ডিজিটেল লেনদেন আৰু বিত্তীয় সেৱাসমূহৰ লগতে এয়াৰটেলৰ ডিজিটেল মনোৰঞ্জনৰ ভঁৰালৰ পূৰ্বদৰ্শনৰ প্ৰবেশাধিকাৰৰ সুবিধা পায়৷

ভাৰতী এয়াৰটেলৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চিঅ’অ’ শোভান মুখাৰ্জীয়ে কয়, “এয়াৰটেলত, আমি গ্ৰাহকৰ সমস্যা সমাধানৰ আৰু ডিজিটেল প্ৰযুক্তিসমুহৰ সহায়ত তেওঁলোকৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে অনুৰক্ত৷ ভাৰত যিহেতু স্মাৰ্টফোনৰ দেশলৈ পৰিবৰ্তিত হৈ আছে, বৰ্তমান ৩৫%ৰ ওচৰা-উচৰি৷ এয়াৰটেল থেংকচ এপ ব্যৱহাৰকাৰীৰ ২/৩ চহৰ আৰু গাৱঁৰ বজাৰসমূহৰপৰা আহে৷ অসমীয়া ভাষাৰ সমৰ্থনযুক্ত এয়াৰটেল থেংকচ এপ আৰু অধিক প্ৰাসংগিক তথা স্থানীয় গ্ৰাহকসকলৰ বাবে প্ৰবেশযোগ্য আৰু তেওঁলোকক এয়াৰটেলৰ ডিজিটেল সেৱাসমূহৰ সম্পূৰ্ণ সম্ভাৱনীয়তা খোলাৰ বাবে সক্ষম কৰি তোলে৷

এয়াৰটেলৰ প্ৰিপেইড গ্ৰাহকসকলে এতিয়া এয়াৰটেল থেংকচ এপ একাধিক ভাৰতীয় ভাষা- অসমীয়া, হিন্দী, তেলেগু, বঙ্গালী, মাৰাঠী, তামিল, গুজৰাটী, মালিয়ালম, পাঞ্জাৱী, কানাড়া আৰু উৰিয়াত পাব পাৰে৷

এয়াৰটেল থেংকচ এপ সম্পূৰ্ণভাৱে ডিজাইন আৰু নিৰ্মাণ কৰা হৈছে এয়াৰটেলৰ নিজা অভিযন্তাৰ দলৰদ্বাৰা।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd