• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ আই য়ু ডি এফৰ বাবে কংগ্ৰেছ হ’লগৈ ‘আঙুৰ টেঙা’ৰ নামান্তৰ; মিত্ৰতা নকৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2018 2:42 pm
Badaruddin

এ আই য়ু ডি এফৰ সভাপতি বদৰুদ্দিন আজমল। ফাইল ফটো।

210
VIEWS
Share on FacebookShare on Twitter

বিগত প্ৰায় প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছৰ ওচৰলৈ মিত্ৰতাৰ প্ৰস্তাৱ লৈ যোৱা ধৰ্মীয় সংখ্যালঘুক লৈ ৰাজনীতি কৰা এ আই য়ু ডি এফে অৱশেষত কংগ্ৰেছৰ সৈতে ‘মিত্ৰতা’ নকৰে বুলি স্পষ্ট কৰি দিছে। সংবাদ মাধ্যমৰ দলটোৰ সাধাৰণ সম্পাদক তথা বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীয়ে কয় যে তেওঁলোকে বিজেপি আৰু কংগ্ৰেছৰ পৰা সমদূৰত্বত থাকি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

কাছিমীয়ে লগতে কয় তেওঁলোকে বিজেপি আৰু কংগ্ৰেছৰ পৰা সমান দূৰত্ব বজাই চলিব। কংগ্ৰেছে সংখ্যালঘু ৰাইজক কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। কংগ্ৰেছৰ বিৰুদ্ধে এয়াই হ’ব আমাৰ মূল শ্ল’গান।

আনহাতে বিজেপিৰ বিৰুদ্ধে মূল অভিযোগ হ’ল, এন আৰ চিৰ নামত সংখ্যালঘু ৰাইজক নিৰ্যাতনৰ সন্মুখীন কৰোৱা, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত হিন্দু বাংলাদেশীক সংস্থাপনৰ ষড়যন্ত্ৰ কৰা, বান-খহনীয়া প্ৰতিৰোধত চৰকাৰৰ ব্যৰ্থতা, উন্নয়নমূলক কাম-কাজত স্থবিৰতা, পঞ্চায়তসমূহক চৰকাৰে মূল্যহীন কৰা, মূল্যবৃদ্ধি আৰু দুৰ্নীতি।

উল্লেখযোগ্য যে এ আই য়ু ডি এফ দলটোৰ সংখ্যালঘু অধ্যূষিত অঞ্চলবোৰত যথেষ্ট প্ৰভাৱ আছে যদিও দলটোৰ প্ৰতি এতিয়া বহুতৰে মোহভংগ ঘটিছে। ফলত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ সৈতে দলটোৱে মিত্ৰতাৰ চেষ্টা চলাইছিল। কিন্তু কংগ্ৰেছ দলটোৰ নেতৃত্বই সেয়া নাকচ কৰিলে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd