• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

‘হিন্দু সন্ত্ৰাসবাদীকো ঘৃণা কৰো, মুছলমান সন্ত্ৰাসবাদীকো ঘৃণা কৰো’ অজিত ভুঞা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 21, 2021 6:55 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে ধুবুৰীৰ গৌৰীপুৰৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত সাম্প্ৰদায়িক মন্তব্য কৰি এতিয়া মহাজোঁটৰ অন্তৰ্গত আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত ভুঞাৰ ৰোষত পৰিছে বদৰুদ্দিন আজমল।

অজিত ভুঞাই আজমলক সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বাবে গৰিহণা দিয়াৰ লগতে মহাজোঁটত থাকি এনেবোৰ মন্তব্য নকৰিবলৈয়ো সকীয়াই দিয়ে।

Apply Now

বৃহস্পতিবাৰে উজানবজাৰস্থিত হোটেল ব্লু-মুনত এক সংবাদমেল সম্বোধন কৰি আজমলৰ সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচৰাত ভুঞাই কয়, ‘আমি যিদৰে হিন্দু সাম্প্ৰদায়িকতাক ঘৃণা কৰো, ঠিক সেইদৰে মুছলমান সাম্প্ৰদায়িকতাকো ঘৃণা কৰো। মই আঞ্চলিক গণ মৰ্চাৰ হৈ এই সংবাদমেলৰ পৰা আজমলক গৰিহণা দিছো। এনেকুৱা সাম্প্ৰদায়িক মন্তব্যই সমাজত ক্ষতি কৰিব।‘

‘এইখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। আমি হিন্দু সন্ত্ৰাসবাদীকো ঘৃণা কৰো, মুছলমান সন্ত্ৰাসবাদীকো ঘৃণা কৰো।‘ ভুঞাই লগতে কয়।

ইপিনে, আমাৰ সাংবাদিকে ‘আজমলৰ এনেবোৰ সাম্প্ৰদায়িক মন্তব্যই মহাজোঁটক ক্ষতি কৰিব নেকি বুলি সোধাত ভুঞাই কয়, ‘নিশ্চয় ক্ষতি কৰিব। মহাজোঁটত ক্ষতি হ’বলৈ দিয়া নহয় কেতিয়াও। মহাজোঁটত এনেধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ দিয়া নহয়।‘

ইপিনে, আজমলতকৈ ১০ গুণ ওপৰত বিজেপিৰ নেতা-পালিনেতাই সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে বুলি ভুঞাই দাবী কৰি লগতে কয়, ‘আজমলৰ মন্তব্যই কংগ্ৰেছৰ মহাঁজোটক ক্ষতি কৰক নকৰক, অসমৰ সমাজ জীৱনক ক্ষতি কৰিব পৰা একো কাম কৰিব নিদিওঁ।‘

আনহাতে, সেই একেখন সংবাদমেলতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কংগ্ৰেছৰ মহাজোঁটক কেন্দ্ৰ কৰি কৰা ইতিকিংসূচক মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভুঞাই কয়, ‘সাহস আছে যদি সৰভোগত ৰঞ্জিত দাস এইবাৰ জয়ী হৈ দেখাওক। কংগ্ৰেছৰ মহাজোঁটক লৈ তেওঁলোক শংকিত হৈছে সেইকাৰণে যি টি মন্তব্য কৰি আছে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd