• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথৰ সাধাৰু নৈত বিসৰ্জন বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
December 27, 2018 4:45 pm
photo
215
VIEWS
Share on FacebookShare on Twitter

”এআইইউডিএফ দলৰ প্ৰতীক-চিহ্ন হৈছে তলা চাবি।আজমল ছাহাবে সেই তলা চাবি ব্যৱহাৰ কৰক নিজৰ মূখ্য কাৰ্যালয়ত। কাৰণ সাধাৰণ জ্ঞান নথকা, শিষ্টাচাৰবিহীন লোক এজনৰ গাত মানুহক নেতৃত্ব দিব পৰা ক্ষমতা অথবা গুণ নাই। তেওঁৰ নেতৃত্ব অসমৰ ৰাইজে কেতিয়াও মানি নলয়।নিজৰ ৰাজনৈতিক জীৱনত হোৱা গৰাখহনীয়াৰ পাছত এতিয়া হতাশাত ভূগি তলা চাবিৰ মূৰব্বী গৰাকীয়ে নিজৰ হিতাহিত জ্ঞান হেৰুৱাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।” এই উক্তি এগৰাকী সাংবাদিকৰ

সেয়েহে সাংসদ তথা এআইইউডিএফৰ নেতা বদৰুদ্দিন আজমলে সাংবাদিকৰ প্ৰতি কৰা অভদ্ৰ আচৰণৰ প্ৰতিবাদত বিশ্বনাথৰ সমূহ সাংবাদিক তথা জাতীয় দল সংগঠনে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্বনাথৰ সাংবাদিক আৰু জাতীয় দল সংগঠনে  সাধাৰু নৈত আজমৰ প্ৰতিকৃতি বিসৰ্জন কৰি আজমলৰ বিৰুদ্ধে প্ৰতিবাদ জনায়। প্ৰতিবাদকাৰী সকলৰ দাবী যে অতি শীঘ্ৰে  বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি পোৱাৰ ব্যৱস্থা কৰিব লাগে।

ইতিমধ্যে,  বিশ্বনাথৰ সমগ্ৰ সাংবাদিকে জনাই দিছে যে তেওঁলোকে এআইইউডিএফ দলৰ সকলো ধৰণৰ বাতৰি বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰতিবাদৰ জৰিয়তে আজমল তথা আজমলৰ এআইয়ুডিএফ দলক আজিৰ পৰা বিসৰ্জন দিছে বিশ্বনাথৰ সাংবাদিকসকলে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd